ETV Bharat / state

যোৰহাটত ড্ৰাগছৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদী সমদল - যোৰহাটত ড্ৰাগছৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদ

ড্ৰাগছৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিলে স্থানীয় ৰাইজ । বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰাইজৰ । গজপুৰীয়া পৰা চহৰখনৰ ৰয়েল ৰোড হৈ ফাঁচি আলিৰে জুৰ সমদল কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । যদি ইয়াৰ পাছতো যোৰহাট জিলা প্ৰশাসনে ড্ৰাগছৰ প্ৰচলন বন্ধ কৰিব নোৱাৰে তেন্তে অনাগত দিনত ইয়াতকৈয়ো জংগী আন্দোলনৰ হুংকাৰ দিয়ে প্ৰতিবাদী ৰাইজে ।

যোৰহাটত ড্ৰাগছৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদ
author img

By

Published : Nov 12, 2019, 8:47 PM IST

যোৰহাট, 12 নৱেম্বৰ: যোৰহাট জিলাৰ বিভিন্ন অঞ্চলত চানি ধৰিছে মৰাত্মক ড্ৰাগছে । যাৰফলত বহু যুৱক-যুৱতীয়ে অকালতে হেৰুৱাই পেলাইছে সুন্দৰ ভৱিষ্য ৷ চহৰখনত এতিয়া সহজলভ্য হৈ পৰিছে ড্ৰাগছ । আৰক্ষীয়ে ইতিমধ্যে বহু কেইজনক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে যদিও এতিয়াও নিশেষ হোৱা নাই ড্ৰাগছৰ বেহা । ড্ৰাগছৰ ঘাটি স্বৰূপ যোৰহাট ফাঁচি আলি, ৰয়েল ৰড, গজপুৰীয়া, ডিগম্বৰ চুকৰ সকলো বাসিন্দা মঙলবাৰে ওলাই আহিল ড্ৰাগছ বেহাৰ লগতে বেপাৰীৰ বিৰুদ্ধে । ঘৰৰ গৃহিনী কন-কন শিশু, মহিলা, যুৱক-যুৱতী সকলো ওলাই আহি প্ৰতিবাদত অংশ ল'লে ।

ড্ৰাগছৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিলে স্থানীয় ৰাইজে।।বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰাইজৰ।।

যোৰহাট জিলা খনৰ বিভিন্ন অঞ্চলত চানি ধৰিছে মৰাত্মক ড্ৰাগছে।যাৰফলত বহু যূৱক যূৱতী একালতে হেৰুৱাই পেলাইছে সুন্দৰ ভৱিষ্য।সহজলভ্য হৈ পৰিছে চহৰখনত এতিয়া ড্ৰাগছ।আৰক্ষীয়ে ইতিমধ্যে বহু কেইজনক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে যদিও এতিয়া নিশেষ হোৱা নাই ড্ৰাগছৰ বেহা।ড্ৰাগছ ঘাটি স্বৰূপ যোৰহাট ফাচি আলি,ৰয়েল ৰড,গজপুৰীয়া,ডিগম্বৰ চুকৰ সকলো বাসিন্দা আজি ওলাই আহিল ড্ৰাগছ বেহাৰ লগতে বেপাৰীৰ বিৰুদ্ধে।ঘৰৰ গৃহীনি কন কন শিশু, মহিলা, যূৱক,যূৱতী সকলো ওলাই আহি প্ৰতিবাদীত নামিল।গজপুৰীয়া পৰা প্ৰতিবাদী ৰাইজে চহৰখনৰ ৰয়েল ৰোড হৈ ফাচি আলিৰে জুৰ সমদলৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।যদি ইয়াৰ পাছতো যোৰহাট জিলা প্ৰশাসনে ড্ৰাগছ বেপাৰ বন্ধ কৰিব নোৱাৰে তেতিয়া হলে অনাগত দিনত ইয়াতকৈয়ো জংগী আন্দোলনৰ হুংকাৰ দিয়ে প্ৰতিবাদী ৰাইজে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.