ETV Bharat / state

যোৰহাটৰ প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীৰ আছুতীয়া সাক্ষাৎকাৰ

author img

By

Published : Sep 15, 2020, 6:57 PM IST

যোৰহাটৰ প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীৰ সৈতে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ ৷ শাসকীয় দলৰ ওপৰত গুৰুত্বপূৰ্ণ মন্তব্য বিধায়ক গৰাকীৰ ৷ নতুন আঞ্চলিক দল সন্দৰ্ভতো ব্যক্ত কৰিলে নিজ প্ৰতিক্ৰিয়া ৷

Exclusive Interview Jorhat Ex MLA Rana Goswami With ETV BHARAT
যোৰহাটৰ প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীৰ আছুতীয়া সাক্ষাৎকাৰ

যোৰহাট, 15 ছেপ্তেম্বৰ : বিগত 5 টা বছৰত যোৰহাটত উন্নয়নৰ নামত কেৱল ঢাক ঢোল বজালে বিজেপি চৰকাৰে ৷ অকল আঁচনিৰ ধনৰে একমাত্ৰ পঞ্চায়ত আৰু জিলাখনৰ পথ নিৰ্মাণ কৰিলেই উন্নয়ন হোৱা বুলি কব নোৱাৰি । আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হল যে,বিজেপিৰ নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি বোৰ আচলতে শ্ল'গানহে আছিল । যোৰহাটৰ প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীৰ সৈতে ইটিভি ভাৰতৰ এক বিশেষ সাক্ষাৎকাৰত এই মন্তব্য প্ৰদান কৰে প্ৰাক্তন বিধায়ক গৰাকীয়ে ৷

ইটিভি ভাৰতৰ সৈতে যোৰহাটৰ প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীৰ আছুতীয়া সাক্ষাৎকাৰ

ইফালে,যোৰহাট জিলা খনলৈ প্ৰত্যক্ষ কৰিলে দেখা পোৱা যায় যে,যোৰহাট পৌৰসভাত এতিয়া শূন্য সহনশীলতা ধুৱা চাঙত ৷ পৌৰসভাখন গঠন হোৱাৰ সময়ৰে পৰা বহু কেইজন পৌৰপতি,উপ-পৌৰপতি সলনি হ'ল । আনহাতে বৰ্তমানেও কৰদাতা ৰাইজে ভুগিব লগা হৈছে বিভিন্ন সমস্যাৰ । কংগ্ৰেছৰ চৰকাৰৰ দিনতে যোৰহাটত যিমান উন্নয়ন হ'ল তাৰ বিপৰীতে বিজেপি চৰকাৰৰ দিনত একো চকুত লগা উন্নয়ন নহ'ল বুলি তেওঁ মন্তব্য প্ৰদান কৰে ৷

আনহাতে, নতুনকৈ গঠন হোৱা অসম জাতীয় পৰিষদ সম্পৰ্কতো গুৰুত্বপূৰ্ণ মন্তব্য প্ৰাক্তন বিধায়ক গৰাকীৰ ৷ লগতে, 2021 চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিব বুলিও মন্তব্য প্ৰাক্তন বিধায়ক গৰাকীৰ ৷

লগতে পঢ়ক : নিৰাপত্তাৰক্ষীয়ে গতিয়ালে স্থানীয় যুৱককঃ উত্তপ্ত বাঘজান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.