ETV Bharat / state

বিহুৰ পতা দৰে ঘৰতে থাকি ঈদ পালন কৰক - ৰামিজ ৰহমান

এইবাৰ ঘৰতে থাকি ঈদ উল ফিটৰ উৎযাপন কৰিবলৈ অনোৰোধ উচ্চতম ন্যায়ালয়ৰ আইনজীৱী ৰামিজ ৰহমানে মুছলমান সম্প্ৰদায় লোক সকলক ৷

-eid-ul-fitar-celebration-request
ঘৰতে থাকি ঈদ পালন কৰক
author img

By

Published : May 20, 2020, 10:16 PM IST

যোৰহাট,20মেঃ উজনি অসমৰ ইমাম পৰিষদৰ সভাপতি আৰু উজনি অসমৰ তাবলিগ মৰকজৰ যোৰহাট জামিয়া মছজিদৰ সভাপতি মৌলানা হাৰুণ ৰাছিদ কাছমি, উচ্চতম ন্যায়ালয়ৰ আইনজীৱী ৰামিজ ৰহমানৰ লগতে বিশিষ্ট সমাজকৰ্মী অলহাজ আনচাৰুৰ ৰহমান এটি বিশেষ আহ্বান জনাইছে মুছলমান সম্প্ৰদায়ৰ ৰাইজক । কৰ‘ণাৰ বাবে এইবাৰ জাকাত ফিতৰা কাক দিয়াটো উচিত হ'ব আৰু ঈদৰ নামাজ কিদৰে পঢ়িলে সকলোৰে মংগল হ'ব এই বিষয়ে মন্তব্য কৰে তেওঁলােকে ।

ঘৰতে থাকি ঈদ পালন কৰক

ইপিনে উচ্চতম ন্যায়ালয়ৰ আইনজীৱী ৰামিজ ৰহমানে মুছলমান সম্প্ৰদায়ৰ লোকসকলক হিন্দু সকলে যেনেকৈ বিহুত ঘৰতে আবদ্ধ হৈ চৰকাৰৰ নীতি নিৰ্দেশ পালন কৰিছিল উৎযাপন কৰিছিল , ঠিক তেনেদৰে ঈদটো সকলোকে ঘৰতে আবদ্ধ হৈ থাকি উৎযাপন কৰিবলৈ বিশেষ ভাবো আহ্বান জনায় । ইতিমধ্যে চৰকাৰী নিৰ্দেশনা মতে যোৰহাটতো পালন হোৱা আশংকা কৰা হৈছে যদিও ঈদৰ দিনাহে গম পোৱা যাব কেনে পৰিবেশৰ সৃষ্টি হব।

লগতে পঢ়কঃ লক ডাউনৰ মাজতে পাঠদান অব্যাহত মৰিয়নীৰ বিদ্যালয়ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.