ETV Bharat / state

কনিষ্ঠ চিকিৎসকক প্ৰহাৰৰ অভিযোগত আটক এজন - যোৰহাট চিকিৎসা মহাবিদ্যালয়

যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ কনিষ্ঠ চিকিৎসকক প্ৰহাৰ কৰাৰ অভিযোগত আটক এজন লোক ৷ আটকাধীন লোকজন যোৰহাটৰ গায়ন ঘৰফলীয়া গাঁৱৰ হেমন্ত শইকীয়া বুলি জানিব পৰা গৈছে ৷

কনিষ্ঠ চিকিৎসকক প্ৰহাৰৰ অভিযোগত আটক এজন
কনিষ্ঠ চিকিৎসকক প্ৰহাৰৰ অভিযোগত আটক এজন
author img

By

Published : Jan 8, 2021, 1:42 PM IST

যোৰহাট, 8 জানুৱাৰী: যোৰহাট চিকিৎসা মহাবিদ্যালয়ত অঘটন ৷ কনিষ্ঠ চিকিৎসকক প্ৰহাৰ কৰাৰ অভিযোগত আটক এজন লোক ৷ আটকাধীন লোকজন যোৰহাটৰ গায়ন ঘৰফলীয়া গাঁৱৰ হেমন্ত শইকীয়া বুলি জানিব পৰা গৈছে ৷

কনিষ্ঠ চিকিৎসকক প্ৰহাৰৰ অভিযোগত আটক এজন

প্ৰাপ্ত তথ্য অনুসৰি, লোকজনে তেওঁৰ 4 বছৰীয়া শিশুটিক চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ আনিছিল ৷ কিন্তু আটকাধীন লোকজনৰ অভিযোগ মতে, চিকিৎসকে ৰোগীক গুৰুত্ব নিদিয়াৰ বাবেই তেওঁ প্ৰহাৰ কৰে চিকিৎসকক ৷ কিন্তু আটকাধীন লোকজন সুৰাসক্ত অৱস্থাত আছিল বুলিও আন এক অভিযোগ উত্থাপন হৈছে ৷

সমগ্ৰ ঘটনা সন্দৰ্ভত চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰিছে হেমন্ত শইকীয়াক ৷ কিন্তু সমগ্ৰ সংঘটিত ঘটনাক সংবাজ মাধ্যমৰ আগত নস্যাৎ কৰিলে আটকাধীন লোকজনে ৷

লগতে পঢ়ক: গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ সুধাংশু ঢুলীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.