যোৰহাট, 10 এপ্ৰিলঃ ৰাজ্যত এতিয়া ৰঙালীক আদৰাৰ প্ৰস্তুতি ৷ ৰঙালীৰ ৰঙত ডুব যাবলৈ সাজু হৈছে নাচনী-ঢুলীয়া ৷ কিন্তু এক ব্যতিক্ৰমী ৰূপত এইবাৰ ৰঙালীৰ মঞ্চলৈ বুলি সাজু টীয়কৰ যুৱতী সংযুক্তাশ্ৰী বৰা ৷ বিহুৰ মঞ্চত ঢোল বাদনেৰে দৰ্শক তথা শ্ৰোতাক আকৰ্ষণ কৰিবলৈ সাজু হৈছে যুৱতীগৰাকী ৷ যাৰ বাবে টীয়ক চাউদাং গাঁৱৰ যুৱতী গৰাকীয়ে ঘৰৰ চোতালত পূৰ্ণ গতিত চলাইছে প্ৰস্তুতি ৷
হাতত ঢোললৈ মঞ্চৰ বাবে সাজু টীয়কৰ যুৱতী - সংযুক্তাশ্ৰী বৰা
বিহু মঞ্চত ঢোল বাদনৰে দৰ্শক তথা শ্ৰোতাক আকৰ্ষণ কৰিবলৈ সাঁজু হৈছে যুৱতী গৰাকী ৷ যাৰ বাবে টীয়ক চাউদাং গাঁৱৰ যুৱতী গৰাকীয়ে ঘৰৰ চোতালত পূৰ্ণ গতিত চলাইছে প্ৰস্তুতি

হাতত ঢোললৈ মঞ্চৰ বাবে সাজু টীয়কৰ যুৱতী
যোৰহাট, 10 এপ্ৰিলঃ ৰাজ্যত এতিয়া ৰঙালীক আদৰাৰ প্ৰস্তুতি ৷ ৰঙালীৰ ৰঙত ডুব যাবলৈ সাজু হৈছে নাচনী-ঢুলীয়া ৷ কিন্তু এক ব্যতিক্ৰমী ৰূপত এইবাৰ ৰঙালীৰ মঞ্চলৈ বুলি সাজু টীয়কৰ যুৱতী সংযুক্তাশ্ৰী বৰা ৷ বিহুৰ মঞ্চত ঢোল বাদনেৰে দৰ্শক তথা শ্ৰোতাক আকৰ্ষণ কৰিবলৈ সাজু হৈছে যুৱতীগৰাকী ৷ যাৰ বাবে টীয়ক চাউদাং গাঁৱৰ যুৱতী গৰাকীয়ে ঘৰৰ চোতালত পূৰ্ণ গতিত চলাইছে প্ৰস্তুতি ৷
হাতত ঢোললৈ মঞ্চৰ বাবে সাজু টীয়কৰ যুৱতী
হাতত ঢোললৈ মঞ্চৰ বাবে সাজু টীয়কৰ যুৱতী
Intro:Body:বিহুৰ মঞ্চত ঢোল বাদনৰ বাবে সাজু হৈছে টীয়কৰ যুৱতী ঢুলীয়া সংযুক্তাশ্ৰী
TEOK:বিহুৰ মঞ্চত ঢোল বাদনৰে দৰ্শক শ্ৰোতাক আকৰ্ষণ কৰিবলৈ সাঁজু হৈছে এগৰাকী যুৱতী ।নাম সংযুক্তাশ্ৰী বৰা ।টীয়ক চাউদাং গাঁৱৰ এইগৰাকী যুৱতী সেয়ে ব্যস্ত এতিয়া ঘৰৰ চোতালত ঢোল বাদনৰ আখৰাত ।যি সময়ত যুৱ প্ৰজন্মৰ বহুতে পশ্চিমীয়া সংস্কৃতিৰ প্ৰতি আকৰ্ষিত হোৱা পৰিলক্ষিত হৈছে সেই সময়ত সংযুক্তাশ্ৰী নামৰ এই গৰাকী যুৱতীয়ে অসমৰ অন্যতম বাদ্য ঢোলক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে মঘাই ওজাকে ধৰি যিসকল শিল্পীয়ে নিৰলস প্ৰচেষ্টা কৰিছিল সেই সকলৰ আদৰ্শক শিৰোগত কৰি আগবাঢ়িছে যাত্ৰা পথত। চাৰি বছৰ বয়সৰ পৰা কান্ধত ঢোল লৈ অসমৰ বিভিন্ন মঞ্চত ঢোল বাদন পৰিবেশন কৰি সমাদৰ লাভ কৰা সংযুক্তাশ্ৰীয়ে উঠি অহা প্ৰজন্মকো এই বিদ্যা শিকিবলৈ আহ্বান জনাইছে।Conclusion: