যোৰহাট,23 আগষ্ট: তিতাবৰৰ জালুকবাৰীত উদ্ধাৰ এটা মৃত নাহৰফুটুকী৷ নাহৰফুটুকীটোৰ মৃতদেহটো উদ্ধাৰ কৰি ৰাইজে চমজাই দিলে আৰক্ষীক । জালুকবাৰী আৰক্ষী চকীৰ অন্তৰ্গত যোৰহাট কমাৰ বন্ধা সংযোগী কে বি ৰ'ড উদ্ধাৰ কৰা হয় মৃত নাহৰফুটুকীটো। নিশা কোনো অচিনাকি বাহনে খুন্দিওৱাৰ ফলত বাঘটোৰ মৃত্যু হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ৷ প্ৰত্যক্ষদৰ্শীয়ে মৃত বাঘটো উদ্ধাৰ কৰি কমাৰ বন্ধা চাহ বাগিচাৰ মজদুৰ সংঘত ৰাখে আৰু পাছত জালুকবাৰী আৰক্ষী চকীত চমজাই দিয়ে । মৃত বাঘটোৰ বসয় আছিল প্ৰায় 5বছৰ৷ আৰু দীঘল আছিল আঢ়ৈ ফুট৷
তিতাবৰত উদ্ধাৰ মৃত নাহৰফুটুকী
তিতাবৰ মৃত নাহৰফুটুকী বাঘ উদ্ধাৰ ৷

Intro:তিতাবৰত উদ্ধাৰ কৰা হয় এটা মৃত নাহৰফুটুকী বাঘ ।মৃত দেহ উদ্ধাৰ কৰি ৰাইজে চমজাই দিলে আৰক্ষীক । তিতাবৰ জালুকবাৰী বাৰী আৰক্ষী চকীৰ অন্তৰ্গত যোৰহাট কমাৰ বন্ধা সংযোগী কে বি ৰড উদ্ধাৰ কৰা হয় এটা মৃত নাহৰফুটুকী ।জানিব পৰা মতে নিশা কোনো অচিনাকি খুন্দাত বাঘ টো মৃত্যু হয়।Body:ইপিনে প্ৰত্যক্ষ দৰ্শী বাঘ উদ্ধাৰ কৰি আনি কমাৰ বন্ধা চাহ বাগিচাৰ মজদুৰ সংঘৰ ৰাখে আৰু পাছত জালুকবাৰী আৰক্ষী চকীত চমজাই দিয়ে । বাঘ বসয় প্ৰায় 5বছৰ হৈছিল। আৰু দীঘল আঢ়ৈ ফুট। Conclusion: