ETV Bharat / state

অসম কৃষি বিশ্ববিদ্যালয়ৰ কেম্পাচত ওলাল মৃতদেহ! - dead body recovered at jorhat agriculture university

মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি যোৰহাট অসম কৃষি বিশ্ববিদ্যালয় চৌহদত ৷ বঙলাৰ পিচফালৰ বাৰীত কলগছৰ তলত পুতি থোৱা অৱস্থাত আছিল মৃতদেহটো ৷

যোৰহাট অসম কৃষি বিশ্ববিদ্যালয় চৌহদত উদ্ধাৰ মৃতদেহ

author img

By

Published : Nov 29, 2019, 3:49 PM IST

যোৰাহাট, 29 নৱেম্বৰ: অসম কৃষি বিশ্ববিদ্যালয়ৰ কলনীৰ চৌহদত হত্যাকাণ্ড৷ অসম কৃষি বিশ্ববিদ্যালয়ৰ কলনীৰ চৌহদৰ ভিতৰত উদ্ধাৰ মৃতদেহটো ৷ এটা পৰিত্যক্ত বঙলাৰ বাৰীৰ পিচফালে কলগছৰ তলত পুতি থোৱা অৱস্থাত আছিল মৃতদেহটো ৷

যোৰহাট অসম কৃষি বিশ্ববিদ্যালয় চৌহদত উদ্ধাৰ মৃতদেহ

মৃতলোক জনৰ নাম ৰমেশ কুমাৰ সিং (35) উৰফে পংকজৰ বুলি জানিব পৰা গৈছে৷ সুদলৈ টকা দিয়া কাম কৰিছিল ৰাকেশ । ৰাকেশৰ মৃতদেহৰ মূৰত আঘাতৰ চিন আছিল বুলি আৰক্ষীয়ে প্ৰাৰম্ভিক তদন্তত জানিবলৈ দিয়ে । প্ৰকৃততে বিহাৰৰ পাটনাৰ নিৱাসী ৰাকেশে অসমত প্ৰায় 20 বছৰ ধৰি বসবাস কৰি আহিছিল । যোৰহাটৰ লেচুবাৰীত ভাড়াতীয়া বাস কৰি আছিল৷ কোনো ব্যক্তিয়ে হত্যা কৰি এনেদৰে পুতি থৈ যোৱা বুলি উল্লেখ কৰিছে যোৰহাট আৰক্ষীয়ে ৷

Intro:অসম কৃষি বিশ্ববিদ্যালয়ৰ কলনীৰ চৌহদৰ ভিতৰত উদ্ধাৰ মৃতদেহটোBody:

যোৰহাটত মৃতদেহ উদ্ধাৰ

অসম কৃষি বিশ্ববিদ্যালয়ৰ কলনীৰ চৌহদৰ ভিতৰত উদ্ধাৰ মৃতদেহটো

পৰিতক্ত এটা বাংলোৰ বাৰীৰ কল গছৰ তলত পুতি থোৱা অৱস্থাত আছিল মৃতদেহটো

মৃতদেহটো ৰমেশ কুমাৰ সিং (৩৫) উৰফে পংকজৰ বুলি জানিব পৰা গৈছে।

সুদলৈ টকা দিয়া কাম কৰিছিল ৰাকেশৰ।

ৰাকেশৰ মৃতদেহৰ মুৰত আঘাতৰ চিন আছে।

আচল ঘৰ বিহাৰৰ পাতনাত ৰাকেশৰ আৰু অসমত প্ৰায় ২০ বছৰ ধৰি বসবাস কৰি আহিছিল পংকজে।

যোৰহাটৰ লেচুবাৰীত ভাৰা ঘৰ কৰি আছিল ৰাকেশে।

যোৰহাট আৰক্ষীয়ে পংকজক কোনো ব্যক্তিয়ে হত্যা কৰি এনেদৰে পুতি থৈছে বুলি উল্লেখ কৰিছে।

Conclusion:ইতিমধ্যে আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে।

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.