ETV Bharat / state

যোৰহাটৰ তৰাজান গায়ন গাঁৱত বাসগৃহৰ ভিতৰতে উদ্ধাৰ মৃতদেহ - প্ৰশান্ত ফুকন

প্ৰশান্ত ফুকন আৰু তেঁওৰ পত্নী বাসন্তী ফুকনে বাস কৰিছিল গৃহটোত ৷ ইপিনে ৰাতিপুৱাৰ সময়ত ঘৰৰ দুৱাৰ নোখোলাৰ বাবে ওচৰ চুবুৰীয়াই সন্দেহ কৰি আৰক্ষীক খবৰ দিয়ে ৷ তাৰ পিছতে ঘটনাস্থলিত আৰক্ষীয় উপস্থিত হৈ ঘৰৰ ভিতৰলৈ সোমাই যাওতে প্ৰশান্ত ফুকনক মৃত অৱস্থাত প্ৰত্যক্ষ কৰে ৷

যোৰহাটৰ তৰাজান গায়ন গাঁৱত বাসগৃহৰ ভিতৰতে উদ্ধাৰ মৃতদেহ

author img

By

Published : May 28, 2021, 10:50 PM IST

যোৰহাট, 28 মে’: যোৰহাটৰ তৰাজান গায়ন গাঁৱত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা ৷ এটা ঘৰৰ ভিতৰত প্ৰশান্ত ফুকন নামৰ এজন বৃদ্ধৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিচতে সমগ্ৰ অঞ্চলটোত চাঞ্চল্যই বিৰাজ কৰিছে ৷ উল্লেখযোগ্য যে, উদ্ধাৰ হোৱা প্ৰশান্ত ফুকনৰ মৃতদেহটো ৰেপিড এন্টিজেন টেষ্ট কৰোতে ক'ভিড-19 পজটিভ পোৱা যায় ৷

যোৰহাটৰ তৰাজান গায়ন গাঁৱত বাসগৃহৰ ভিতৰতে উদ্ধাৰ মৃতদেহ

জানিব পৰা মতে, প্ৰশান্ত ফুকন আৰু তেঁওৰ পত্নী বাসন্তী ফুকনে বাস কৰিছিল গৃহটোত ৷ ইপিনে ৰাতিপুৱাৰ সময়ত ঘৰৰ দুৱাৰ নোখোলাৰ বাবে ওচৰ চুবুৰীয়াই সন্দেহ কৰি আৰক্ষীক খবৰ দিয়ে ৷ তাৰ পিছতে ঘটনাস্থলিত আৰক্ষীয় উপস্থিত ঘৰৰ ভিতৰলৈ সোমাই যাওতে প্ৰশান্ত ফুকনক মৃত অৱস্থাত প্ৰত্যক্ষ কৰে ৷

আনহাতে, প্ৰশান্ত ফুকনৰ পত্নী বাসন্তী ফুকন দীৰ্ঘ দিন ধৰি শয্যাশায়ী হৈ আছিল আৰু বাসন্তী ফুকনৰ ক’ভিড টেষ্ট কৰাত ফলাফল নিগেটিভ আহে বুলি জানিব পৰা গৈছে ৷ সম্প্ৰতি যোৰহাট জিলা প্ৰশাসনে প্ৰশান্ত ফুকনৰ মৃতদেটো উদ্ধাৰ কৰি সৎকাৰৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷

লগতে পঢ়কঃ ধুবুৰীৰ অসম-বংগ সীমান্তত জব্দ 122 খন শিল ভৰ্তি ট্ৰাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.