ETV Bharat / state

কৃষি আইন বাতিলৰ দাবীৰে কংগ্ৰেছৰ সত্যাগ্ৰহ

author img

By

Published : Oct 31, 2020, 2:22 PM IST

শুকুৰবাৰে যোৰহাটত কংগ্ৰেছৰ সত্যাগ্ৰহ ৷ কৃষি আইন বাতিলৰ দাবীৰে এই প্ৰতিবাদ সাব্যস্ত কৰে দলটোৱে ৷

Congress protest in Jorhat
কৃষি আইন বাতিলৰ দাবীৰে কংগ্ৰেছৰ সত্যাগ্ৰহ

যোৰহাট,31 অক্টোবৰ : বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মদিন আৰু ইন্দিৰা গান্ধীৰ মৃত্যু দিৱসৰ লগত সংগতি ৰাখি কংগ্ৰেছৰ প্ৰতিবাদ সাব্যস্ত ৷

শুকুৰবাৰে যোৰহাট জিলা উপায়ুক্তৰ সন্মুখত কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ এক সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ন কৰে কংগ্ৰেছে ৷

লগতে যোৰহাট জিলা উপায়ুক্তৰ জৰিয়তে এই আইন বাতিলৰ দাবীৰে ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷

লগতে পঢ়ক : বৰপেটাৰ পহুমাৰা নৈৰ মাজত ওলমি আছে দুখনকৈ কাঠৰ দলং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.