ETV Bharat / state

ৰে'লৱে ডেকা শিল্পী সমাজৰ মঞ্চবিহু

author img

By

Published : May 10, 2019, 11:24 PM IST

আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ উজনি অসমৰ অন্যতম পুৰণি মঞ্চবিহু ৰেলৱে ডেকা শিল্পী সমাজৰ বিহু

ৰে'লৱে ডেকা শিল্পী সমাজৰ মঞ্চবিহু

মৰিয়নী, 10 মে' : দুদিনীয়া কাৰ্যসূচীৰে আজিৰে অনুষ্ঠিত হয় উজনি অসমৰ অন্যতম পুৰণি মঞ্চবিহু ৰে'লৱে ডেকা শিল্পী সমাজৰ বিহু ৷ পুৱা বিহু সমিতিৰ সভাপতি সূত্ৰধৰ বসুমতাৰীয়ে বিহুৱান উত্তোলন কৰাৰ লগতে বিহু গাই ৰঙালী আনুষ্ঠানিকভাৱে মুকলি কৰা হয় বিহুৰ ৷ এই ৰঙালী বিহু সন্মিলনৰ লগত জড়িত প্ৰায় সংখ্যক লোকে ৰে'ল বিভাগৰ অধীনত কৰ্মৰত যদিও নিজৰ কৰ্মব্যস্ততাৰ মাজতো বিগত ৬৫ বছৰ ধৰি তেওঁলোকে উদযাপন কৰি আহিছে এই ৰঙালী বিহুৰ ।

Intro:উজনি অসমৰ অন্যতম পুৰণি মঞ্চবিহু ৰেলৱে ডেকা শিল্পী সমাজৰ আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ।Body:Mariani old bihu function

উজনি অসমৰ অন্যতম পুৰণি মঞ্চবিহু ৰেলৱে ডেকা শিল্পী সমাজৰ আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ।

উজনি অসমৰ অন্যতম পুৰণি মঞ্চবিহু মৰিয়নী ৰেলৱে ডেকা শিল্পী সমাজৰ মঞ্চ বিহু আজিৰে অনুষ্ঠিত হয়। অসমৰ অন্যতম তথা আয়োজক কমিটিৰ মতে উজনি অসমৰ প্ৰথমখন মঞ্চ বিহু মৰিয়নী ৰেলৱে ডেকা শিল্পী সমাজৰ এইবাৰ ৬৫ তম ৰঙালী বিহু সন্মিলন অনুষ্ঠিত কৰে। পুৱা বিহুকমিটিৰ সভাপতি সূত্ৰধৰ বসুমতাৰীয়ে বিহুৱান উত্তোলন কৰাৰ লগতে বিহু গায় ৰঙালী বিহু সন্মিলন খন আনুষ্ঠানিক ভাৱে মুকলি কৰে। এই ৰঙালী বিহু সন্মিলনৰ লগত জড়িত প্ৰায় সংখ্যক লোকে ৰেল বিভাগৰ অধীনত কৰ্মৰত যদিও নিজৰ কৰ্মব্যস্ততাৰ মাজতো বিগত ৬৫ বছৰ ধৰি এই ৰঙালী বিহুৰ মঞ্চ বিহুভাগ সুচাৰুৰূপে উদযাপন কৰি আহিছে। এই সন্দৰ্ভত উদযাপন সমিতিৰ মতামত এনেদৰে।

Bitr :-

Ranjit Borah
MarianiConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.