ETV Bharat / state

যোৰহাটৰ আৰক্ষী প্ৰশাসনত সাল-সলনি

author img

By

Published : Dec 13, 2019, 4:19 PM IST

Updated : Dec 13, 2019, 7:56 PM IST

bhimjit doley replaced baibhab nilambkar as sp of jorhat
যোৰহাটত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নতুন আৰক্ষী অধীক্ষক নিযুক্তি

15:45 December 13

যোৰহাট জিলাত অব্যাহত আছে কেব বিৰোধী প্ৰতিবাদ ৷ 144 ধাৰা ভাঙি ওলাই আহিছে সহস্ৰাধিক জনতা ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নতুন আৰক্ষী অধীক্ষক নিযুক্তি ৷

যোৰহাট , 13 ডিচেম্বৰঃ যোৰহাট জিলাত অব্যাহত আছে উত্তেজনাপূৰ্ণ পৰিস্থিতি ৷ 144 ধাৰা ভাঙি যোৰহাটৰ জনসাধাৰণে আব্যাহত ৰাখিছে প্ৰতিবাদ ৷ তেল ডিপোসমূহ বন্ধ থকাৰ ফলত ইন্ধন বিচাৰি দীঘলীয়া শাৰী গ্ৰাহকৰ ৷ দোকান বজাৰসমূহ বন্ধ থকাৰ ফলত স্তব্ধ হৈ পৰিছে জনজীৱন ৷ সমগ্ৰ যোৰহাট জিলাতে অব্যাহত  আছে সান্ধ্য আইন ৷ ইয়াৰ মাজত যোৰহাটৰ আৰক্ষী প্ৰশাসনত সাল-সলনি ৷ আইন শৃংখলাৰক পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে যোৰহাটৰ আৰক্ষী অধীক্ষক অধীক্ষক বৈভৱ নিম্বলকাৰ ঠাইত দায়িত্ব দিয়া হ'ল জীৎমল দলেক ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে দায়িত্ব দিয়া হৈছে আৰক্ষী বিষয়াজনক ৷ উপায়ুক্তৰ কাৰ্যালয়ৰ সমুখত বৰ্তমানেও অব্যাহত আছে সহস্ৰাধিক ৰাইজৰ প্ৰতিবাদ ৷ 

লগতে পঢ়কঃডিব্ৰুগড়ত পুনৰ আৰক্ষীৰ ৰবৰৰ গুলীচালনা

Intro:Body:

আইন শৃংখলা পৰিস্হিৰৰ বাবে যোৰহাট আৰক্ষী অধীক্ষক বৈভৱ নিম্বলকাৰ ঠাইত জীৎমল দলেক দিলে ভাৰ।।

Conclusion:
Last Updated : Dec 13, 2019, 7:56 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.