ETV Bharat / state

মৰিয়নীত উদ্ধাৰ নাহৰফুটুকীৰ পোৱালী

author img

By

Published : Jun 30, 2019, 3:23 AM IST

শনিবাৰে মৰিয়নীৰ নকছাৰিৰ ভেলাগুৰি চাহ বাগিছাত এটা নাহৰফুটুকীৰ পোৱালি উদ্ধাৰ কৰা হয় । বাগিচাখনত মাকৰ সৈতে বিচৰণ কৰি থকা পোৱালীটো মাকৰ পৰা বিচ্ছিন্ন হৈ পৰাত বাগিচাখনতে থাকি যায় ।

মৰিয়নীত উদ্ধাৰ নাহৰফুটুকীৰ পোৱালী

মৰিয়নী 30 জুনঃ শনিবাৰে মৰিয়নীৰ নকছাৰিৰ ভেলাগুৰি চাহ বাগিছাত এটা নাহৰফুটুকীৰ পোৱালি উদ্ধাৰ কৰা হয় ।বাগিচাখনত মাকৰ সৈতে বিচৰণ কৰি থকা পোৱালীটো মাকৰ পৰা বিচ্ছিন্ন হৈ পৰাত বাগিচাখনতে থাকি যায় । প্ৰায় ৩-৪ মহীয়া পোৱালিটো স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি বন বিভাগক খবৰ দিয়ে ৷ পৰৱৰ্তী সময়ত স্থানীয় ৰাইজৰ সহযোগত বন বিভাগৰ লোকে নাহৰফুটুকীৰ পোৱালীটো উদ্ধাৰ কৰি মৰিয়নী আঞ্চলিক বনবিষয়াৰ কাৰ্য্যালয়লৈ লৈ যায় ৷ বৰ্তমানে পোৱালীটো বনবিভাগৰ পর্যবেক্ষণত ৰখা হৈছে।

Intro:MARIANI BABY LEOPARD RESCUE

মৰিয়নীত উদ্ধাৰ নাহৰফুটুকী বাঘৰ পোৱালী। Body:MARIANI BABY LEOPARD RESCUE

মৰিয়নীত উদ্ধাৰ নাহৰফুটুকী বাঘৰ পোৱালী।

আজি মৰিয়নীৰ নকছাৰিৰ ভেলাগুৰি চাহ বাগিছাত এটা বাঘৰ পোৱালি উদ্ধাৰ কৰা হয়।বাগিচাখনত মাকৰ সৈতে বিচৰণ কৰি থকা বাঘৰ পোৱালীটো মাকৰ পৰা বিচ্ছিন্ন হৈ পৰাত বাগিচাখনতে থাকি যায়। প্ৰায়৩-৪ মহীয়া বাঘৰ পোৱালিতো স্থানীয় ৰাইজৰ প্ৰত্যক্ষ কৰি বন বিভাগক জনাই। পৰৱৰ্তী সময়ত স্থানীয় ৰাইজৰ সহযোগত বন বিভাগৰ লোকে বাঘৰ পোৱালীটো উদ্ধাৰ কৰি মৰিয়নী আঞ্চলিক বনবিষয়াৰ কাৰ্য্যালয়লৈ আনে। বৰ্তমান বাঘৰ পোৱালীতোক বনবিভাগৰ পর্যবেশন ৰখা হৈছে।

Ranjit Borah
MarianiConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.