ETV Bharat / state

যোৰহাটত মাইক্ৰফাইনেন্সৰ বিৰুদ্ধে সজাগতা সভা

মাইক্ৰফাইনেন্সৰ বিৰুদ্ধে সজাগতা সৃষ্টি ৷ একাধিক কোম্পানীৰ পৰা ঋণ লৈ পৰিশোধ কৰিব নোৱাৰাৰ ফলত মহিলাই আত্মহত্যা কৰাৰো অভিযোগ ৷

awareness meeting relataed with micro finances at jorhat village
যোৰহাটত মাইক্ৰফাইনেন্সৰ বিৰুদ্ধে সজাগতা সভা
author img

By

Published : Sep 3, 2020, 4:30 PM IST

যোৰহাট, 3 ছেপ্তেম্বৰঃ যোৰহাটৰ কলাবাৰিত বৃহস্পতিবাৰে মাইক্ৰফাইনেন্সেৰ বিৰুদ্ধে জাগ্ৰত মহিলা সমাজ আৰু সন্মিলত লাচিত সেনাৰ উদ্যোগত এক সজাগতা সভাৰ আয়োজন কৰে ৷

যোৰহাটত মাইক্ৰফাইনেন্সৰ বিৰুদ্ধে সজাগতা সভা

উল্লেখযোগ্য যে, অসমৰ গ্ৰাম্য অঞ্চলৰ মহিলা সকলক বিভিন্ন মাইক্ৰ ফাইনেন্স কোম্পানীয়ে অত্যাধিক সুতৰ হাৰত তথা ৰিৰ্জাভ বেংকৰ কোনো ধৰণৰ নীতি নিৰ্দেশনা নামানি , একেগৰাকী মহিলাকে চাৰি পাঁচটাকৈ মাইক্ৰফাইন্সে কোম্পানীয়ে জধে মধে ঋণ প্ৰদান কৰাৰ ফলত ঋণ পৰিশোধ কৰিবলৈ অপৰাগ হৈ পৰে সাধাৰণ মহিলাসকল ৷ ইপিনে মহিলা সকলে ঋণ পৰিশোধ কৰিব নোৱাৰাত কোম্পানী সমূহে মহিলা সকলক হাৰাশাস্তি কৰাৰ লগতে বহু মহিলাই আত্মহত্যা কৰাৰ ঘটনাও পোহৰলৈ আহিছে ৷ সেই সম্পৰ্কে মহিলা সকলৰ মাজত সজাগতা সৃষ্টি কৰাৰ বাবেই এনেদৰে সজাগতা সভা আয়োজন কৰিছে সংগঠনকেটাই ৷ লগতে চৰকাৰ তথা প্ৰশাসনক মাইক্ৰফাইন্সে কোম্পানীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাই ৷

লগতে পঢ়কঃ অভিনেত্ৰী চেতনা দাসৰ স্বামীৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.