কলিয়াবৰ, 9 এপ্ৰিল : আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে মাজত মাত্ৰ দুটা ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰাজনৈতিক নেতা, দল-সংগঠনসমূহে প্ৰচাৰ অভিযান চলাই থকাৰ সময়তে সোমবাৰে নিশা কংগ্ৰেছৰ প্ৰচাৰ অভিযান চলাবলৈ বৰঝাৰ বিমানবন্দৰত উপস্থিত হয় অল ইণ্ডিয়া মহিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা তথা বলিউদ অভিনেত্ৰী নাগমা ৷
উল্লেখযোগ্য যে, মঙলবাৰে কাজিৰঙাত অনুস্থিত হ'ব লগীয়া কংগ্ৰেছৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব বলিউদ অভিনেত্ৰী তথা কংগ্ৰেছৰ সভাপতিগৰাকী ৷ কলিয়াবৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ হৈ প্ৰচাৰ চলাব নাগমাই ৷