ETV Bharat / state

আজিৰ পৰা আপ্ৰবাসীসকলৰ বাবে বহিঃৰাজ্যলৈ ৰে'ল সেৱা আৰম্ভ ! - Assam Train service start from today for migrant etv Bharat Assam

আজিৰে পৰা ৰে'ল সেৱা চলাচলৰ নিৰ্দেশ দিছে কেন্দ্ৰ চৰকাৰে ৷ উপাৰ্জনৰ বাবে ঘৰৰ পৰা ওলাই আহি বিগত প্ৰায় দুমাহে ৰাজ্যৰ বিভিন্ন স্থানত আৱদ্ধ হৈ আছে বহু আপ্ৰবাসী লোক ৷

Assam Train service start from today for migrant
আজিৰ পৰা আপ্ৰবাসীসকলৰ বাবে বহিঃৰাজ্যলৈ ৰে'ল সেৱা আৰম্ভ
author img

By

Published : May 12, 2020, 8:26 PM IST

যোৰহাট, 12 মে' : মঙলবাৰৰ পৰা বহিঃৰাজ্যলৈ আৰম্ভ হ'ল ৰে'ল সেৱা ৷ ৰাজ্যত আবদ্ধ হৈ পৰা বহিঃৰাজ্যৰ লোকসকলক নিজ নিজ ৰাজ্য়লৈ প্ৰেৰণ কৰাৰ উদ্দেশ্যে আজিৰে পৰা ৰে'ল সেৱা চলাচলৰ নিৰ্দেশ দিছে কেন্দ্ৰ চৰকাৰে ৷ উপাৰ্জনৰ বাবে ঘৰৰ পৰা ওলাই আহি বিগত প্ৰায় দুমাহে ৰাজ্যৰ বিভিন্ন স্থানত আৱদ্ধ হৈ আছে বহু আপ্ৰবাসী লোক ৷

আজিৰ পৰা আপ্ৰবাসীসকলৰ বাবে বহিঃৰাজ্যলৈ ৰে'ল সেৱা আৰম্ভ

শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে ৰে'ল সেৱা মুকলি কৰি দিয়াৰ পাছত আজি যোৰহাটৰ উপায়ুক্ত কাৰ্যালয়ৰ লগতে জেৰক্সৰ দোকানৰ সন্মুখত আপ্ৰবাসীসকলৰ দীঘলীয়া শাৰী পৰিলক্ষিত হয় । উল্লেখ্য যে, প্ৰায় দুমাহৰ অন্তত নিজ ঘৰলৈ যাবলৈ পায় আনন্দিত হৈ পৰাৰ লগতে সম্পূৰ্ণ সামাজিক দূৰত্ব বজাই ৰাখি মাক্স পৰিধান কৰি নিজৰ নথি-পত্ৰ পৰীক্ষা কৰিবলৈ ভিৰ কৰেহি লোকসকলে ৷

লগতে পঢ়ক : ফিলিপাইনছত আৱদ্ধ ১৩৯ শিক্ষাৰ্থী ভাৰতত উপস্থিত

For All Latest Updates

TAGGED:

Back to home
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.