ETV Bharat / state

জাঁজীমুখত খহনীয়া প্ৰতিৰোধৰ নামত লুণ্ঠনৰ অভিযোগ - টীয়ক

জাঁজীমুখত ব্ৰহ্মপুত্ৰই অব্যাহত ৰখা খহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা গঢ়ি তোলাৰ বাবে অঞ্চলবাসীৰ লগতে বিভিন্ন দল-সংগঠনে দাবী জনাই আহিছে যদিও এই দাবীৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান কৰা নাই জলসম্পদ বিভাগে । ইয়াৰ বিপৰীতে অস্থায়ীভাৱে কেতবোৰ আঁচনি গ্ৰহণ কৰি জাঁজীমুখ সুৰক্ষাৰ নামত বাৰিষাৰ আগে আগে আঁচনি ৰূপায়ণৰ নামত বিভাটোৱে চৰকাৰী ধন লুন্ঠনৰ এক পৰম্পৰা অব্যাহত ৰাখিছে বুলি একাংশ স্থানীয় লোকে অভিযোগ উত্থাপন কৰিছে ৷

জাঁজীমুখত গৰাখহনীয়া প্ৰতিৰোধৰ নামত চৰকাৰী ধন লুন্ঠনৰ অভিযোগ
author img

By

Published : May 9, 2019, 1:19 PM IST

টীয়ক, 9 মেঃ টীয়কৰ বানেধোৱা জাঁজীমুখত প্ৰতি বছৰে ব্ৰহ্মপুত্ৰই অব্যাহত ৰখা গৰাখহনীয়াই জাঁজীমুখৰ ভৌগলিক মানচিত্ৰ সঘনে পৰিৱৰ্তন কৰি আহিছে । ইতিমধ্যে নদীখনৰ বুকুত জাহ গৈছে কেইবাখনো গাঁৱৰ শতাধিক পৰিয়ালৰ ঘৰ-দুৱাৰ ৷ কিন্তু পৰিয়ালসমূহৰ প্ৰতি গুৰুত্ব দিবলৈ আহৰি নাই জন প্ৰতিনিধি অথবা বিভাগীয় কৰ্তৃপক্ষৰ ৷

জাঁজীমুখত ব্ৰহ্মপুত্ৰই অব্যাহত ৰখা খহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা গঢ়ি তোলাৰ বাবে অঞ্চলবাসীৰ লগতে বিভিন্ন দল-সংগঠনে দাবী জনাই আহিছে যদিও এই দাবীৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান কৰা নাই জলসম্পদ বিভাগে । ইয়াৰ বিপৰীতে অস্থায়ীভাৱে কেতবোৰ আঁচনি গ্ৰহণ কৰি জাঁজীমুখ সুৰক্ষাৰ নামত বাৰিষাৰ আগে আগে আঁচনি ৰূপায়ণৰ নামত বিভাটোৱে চৰকাৰী ধন লুন্ঠনৰ এক পৰম্পৰা অব্যাহত ৰাখিছে বুলি একাংশ স্থানীয় লোকে অভিযোগ উত্থাপন কৰিছে ৷

জাঁজীমুখত গৰাখহনীয়া প্ৰতিৰোধৰ নামত চৰকাৰী ধন লুন্ঠনৰ অভিযোগ

উল্লেখ্য যে জাঁজীমুখৰ জপং গাঁৱৰ সমীপত আৰ চি চি পাৰ্কুপাইন দিয়াৰ নামত চৰকাৰী ধনৰ শৰাধ কৰা বুলি এক প্ৰতিবেদনৰ জৰিয়তে পোহৰলৈ আহা বুলি জানিব পৰা গৈছে ৷ সেয়ে সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই সমগ্ৰ ঘটনাটোৰ তদন্তৰ দাবী তুলি মুখ্যমন্ত্ৰী তথা জলসম্পদ মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰৰণ কৰিছে ৷

Intro:Body:জাঁজীমুখত জলসম্পদ বিভাগৰ গৰাখহনীয়া প্ৰতিৰোধৰ নামত চৰকাৰী ধন লুন্ঠনৰ আন এক কাহিনী
TEOK:টীয়কৰ বানেধোৱা জাঁজীমুখ যেন এতিয়া জলসম্পদ বিভাগৰ খীৰতি গাইহে ।ব্ৰহ্মপুত্ৰই নিতৌ অব্যাহত ৰখা গৰাখহনীয়াৰ কৱলত জাঁজীমুখৰ ভৌগলিক মানচিত্ৰ সঘন পৰিৱৰ্তন হোৱাৰ লগতে সংকুচিত হৈ আহিছে ভূমি ।ইতিমধ্যে নদীখনৰ বুকুত জাহ গৈছে কেইবাখনো গাঁও আৰু শতাধিক পৰিয়ালে নিজৰ ঘৰ দুৱাৰ হেৰুৱাই আশ্ৰয় লব লগা হৈছে মথাউৰিত ।জাঁজীমুখত ব্ৰহ্মপুত্ৰই অব্যাহত ৰখা এই তাণ্ডৱ প্ৰতিৰোধৰ বাবে স্হায়ী প্ৰতিৰোধ ব্যৱস্থা গঢ়ি তোলাৰ বাবে অঞ্চলবাসীৰ লগতে বিভিন্ন দল সংগঠন সমূহে দাবী জনাই আহিছিল যদিও এই দাবীৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান নকৰিলে জলসম্পদ বিভাগটোৱে ।বিপৰীতে অস্হায়ী ভাৱে কেতবোৰ আঁচনি গ্ৰহণ কৰি জাঁজীমুখ সুৰক্ষাৰ নামত বাৰিষাৰ আগে আগে আঁচনি ৰূপায়ণৰ নামত চৰকাৰী ধন লুন্ঠনৰ এক পৰম্পৰা অব্যাহত ৰাখিছে জলসম্পদ বিভাগে।জাঁজীমুখৰ জপং গাঁৱৰ সমীপত গ্ৰহণ কৰা আৰ চি চি পাৰ্কুপাইন দিয়াৰ নামত চৰকাৰী ধনৰ কেনেদৰে শৰাধ পাতিছে সেয়া এই প্ৰতিবেদনত পোহৰলৈ আহিছে ।দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ কথা কোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে জলসম্পদ বিভাগৰ যি সকল বিষয়া, ঠিকাদাৰে আঁচনি ৰূপায়ণৰ নামত চৰকাৰী ধন লুন্ঠন কৰিছে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবনে তাক লৈ এতিয়া প্ৰশ্ন উঠিছে সচেতন মহলত।সদৌ যোৰহাট জিলা ছাত্ৰ সন্হাই ইতিমধ্যে সমগ্ৰ ঘটনাটো তদন্ত দাবী তুলি মুখ্যমন্ত্ৰী তথা জলসম্পদ মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰৰণ কৰিছে।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.