ETV Bharat / state

টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত মাধৱদেৱৰ জন্মোৎসৱ পালন - ঢেকীয়াখোৱা বৰনামঘৰ

জন্মোৎসৱ উপলক্ষে সকলোৱে গুৰুজনাৰ চৰণত সেৱা লৈ নামঘৰ পৰিচালনা সমিতিৰ উদ্যোগত আয়োজন কৰা ভাগৱত ভ্ৰমণত অংশগ্ৰহণ কৰে ।

টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত মাধৱদেৱৰ জন্মোৎসৱ পালন
author img

By

Published : May 19, 2019, 4:54 PM IST

টীয়ক, 19 মেঃ মহাপুৰুষ মাধৱদেৱৰ জন্মোৎসৱ উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহাপুৰুষ গৰাকীয়ে নিজ হাতে প্ৰতিষ্ঠা কৰা যোৰহাট জিলাৰ টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰতো মহাপুৰুষজনাৰ আবিৰ্ভাৱ তিথি পালন কৰা হয় ৷

টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত মাধৱদেৱৰ জন্মোৎসৱ পালন

দেওবাৰে পুৱাৰে পৰা বৰনামঘৰত অসমৰ ভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱৰ ভিৰ পৰিলক্ষিত হয় । জন্মোৎসৱ উপলক্ষে সকলোৱে গুৰুজনাৰ চৰণত সেৱা লৈ নামঘৰ পৰিচালনা সমিতিৰ উদ্যোগত আয়োজন কৰা ভাগৱত ভ্ৰমণত অংশগ্ৰহণ কৰে । প্ৰথমে গায়ন বায়নেৰে নামঘৰৰ চাৰিওকাষে ভাগৱত ভ্ৰমণ কৰি পৰৱৰ্ত্তী পৰ্যায়ত অসমীয়াৰ বাৰেৰহণীয়া কৃষ্টি-সংস্কৃতি সমৃদ্ধ এক সাংস্কৃতিক শোভাযাত্ৰা কৰে ।

Intro:Body:টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱাত মহাপুৰুষ মাধৱদেৱৰ জন্মোৎসৱ পালন
TEOK:আজি মহাপুৰুষ মাধৱদেৱৰ জন্মোৎসৱ।ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাট জিলাৰ টীয়কত মহাপুৰুষগৰাকীয়ে নিজ হাতে প্ৰতিষ্ঠা কৰা ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰতো পূৱাৰে পৰা অসমৰ ভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱৰ ভিৰ পৰিলক্ষিত হয়।জন্মোৎসৱ উপলক্ষ্যে সকলোৱে গুৰুজনাৰ চৰণত সেৱা লৈ নামঘৰ পৰিচালনা সমিতিৰ উদ্যোগত আয়োজন কৰা ভাগৱত ভ্ৰমণত অংশগ্ৰহণ কৰে।প্ৰথমে গায়ন বায়নেৰে নামঘৰৰ চাৰিওকাষে ভাগৱত ভ্ৰমণ কৰি তাৰ পৰৱৰ্ত্তী পৰ্য্যায়ত অসমীয়াৰ বাৰেৰহণীয়া কৃষ্টি-সংস্কৃতি সমৃদ্ধ এক সাংস্কৃতিক শোভাযাত্ৰা কৰা হয়।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.