ETV Bharat / state

বহু লাখ টকাৰ অবৈধ সুৰাৰ ট্ৰাক জব্দ যোৰহাটত - শিৱসাগৰ

বৃহৎ পৰিমাণৰ অবৈধ অৰুণাচলি সুৰা ভৰ্তি এখন ট্ৰাক শুকুৰবাৰে জব্দ কৰে যোৰহাট জিলাৰ পুলিবৰ আৰক্ষীয়ে ৷ অৰুণাচলৰ নাহৰলগুনৰ পৰা প্ৰায় 18 লাখ টকা মূল্যৰ 1000 কাৰ্টুন সুৰা কঢ়িয়াই অনা হৈছিল ট্ৰাকখনত ৷

arunasoli_wine_caught
বহু লাখ টকাৰ অবৈধ সুৰাৰ ট্ৰাক জব্দ যোৰহাটত
author img

By

Published : Apr 23, 2021, 5:15 PM IST

যোৰহাট, 23 এপ্ৰিল : শুকুৰবাৰে যোৰহাট জিলাৰ পুলিবৰ আৰক্ষীয়ে জিলাখনৰ ম'হবন্ধাত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা জব্দ কৰে এখন বৃহৎ পৰিমাণৰ অবৈধ অৰুণাচলি সুৰা ভৰ্তি ট্ৰাক ৷ আৰক্ষীয়ে সন্দেহ কৰিছে শিৱসাগৰৰ আমগুৰিলৈ অনা হৈছিল এই বৃহৎ পৰিমাণৰ অবৈধ সুৰাখিনি ৷

বহু লাখ টকাৰ অবৈধ সুৰাৰ ট্ৰাক জব্দ যোৰহাটত

অনুমান কৰা হৈছে যে, প্ৰায় 18 লাখ টকা মূল্যৰ 1000 কাৰ্টুন সুৰা আছিল ট্ৰাকখনত ৷ অৰুণাচলৰ নাহৰলগুনৰ পৰা আলি হাসান নামৰ চালকজনে হেণ্ডিমেন সহ চলাই আনিছিল ট্ৰাকখন ৷ ইফালে, এই অবৈধ সৰবৰাহৰ ঘটনাৰ সৈতে এটা বৃহৎ চক্ৰ জড়িত হৈ থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক :ত্ৰিপুৰাত তৰমুজ খেতিৰে উদ্যোগপতি হোৱাৰ সপোন এজন খেতিয়কৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.