ETV Bharat / state

যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত অখিল গগৈ সহিতে চাৰিজনকৈ প্ৰতিবাদকাৰী - ৰুজু হৈছে কেইবাটাও গোচৰ

অখিল গগৈৰ বিৰুদ্ধে কেইবাটাও ধাৰাত ৰুজু হৈছে গোচৰ ৷

অখিল গগৈৰ বিৰুদ্ধে কেইবাটাও ধাৰাত ৰুজু গোচৰ

author img

By

Published : Dec 13, 2019, 1:52 PM IST

  • যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত ৰখা হৈছে অখিল গগৈ সহিতে চাৰিজনকৈ প্ৰতিবাদকাৰীক
  • অখিল গগৈৰ বিৰুদ্ধে কেইবাটাও ধাৰাত ৰুজু হৈছে গোচৰ
  • 120(বি)/145/151/153(এ) জামিনবিহীন গোচৰ/157/158/283/431(আই পি চি) ধাৰাত 3498/19 নম্বৰত ৰুজু হৈছে গোচৰ
  • অখিল গগৈৰ সৈতে কাৰাবন্দী হৈ আছে দিব্যজ্যোতি শৰ্মা , লক্ষ্যজ্যোতি গগৈ আৰু মানস কোঁৱৰ
  • আন ছয়জন লোকক ৰাজহুৱা সম্পত্তি ধ্বংসৰ অভিযোগত আটক কৰি ৰাখিছে যোৰহাট আৰক্ষীয়ে
  • যোৰহাটত বৰ্তমানেও অব্যাহত আছে নাগৰিকত্ব আইনৰ বিৰুদ্ধে গণ আন্দোলন

Intro:Body:

AKHIL GOGOI ARREST

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.