ETV Bharat / state

যোৰহাটত যাত্ৰীবাহী বাহনৰ অত্যাধিক ভাড়া বৃদ্ধি বিৰুদ্ধে AJYCP প্ৰতিবাদ

যাত্ৰীবাহী বাহনৰ অত্যাধিক ভাড়া বৃদ্ধি ৰোধৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জিলা পৰিৱহণ বিষয়াক স্মাৰক প্ৰত্ৰ প্ৰদান ।

ajycp protest at dto office
যোৰহাটত যাত্ৰীবাহী বাহনৰ অত্যাধিক ভাড়া বৃদ্ধি বিৰুদ্ধে AJYCP প্ৰতিবাদ
author img

By

Published : Oct 3, 2020, 1:54 PM IST

যোৰহাট, 3 অক্টোবৰঃ ৰাজ্যত ক’ভিড-19ৰ আনলক প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ সময়ৰ পৰা যাত্ৰীবাহী বাহন সমূহত সামাজিক দূৰত্ব মানি বাহন সমূহত মাত্ৰ ৫০% যাত্ৰী পৰিৱহণ কৰাৰ নিৰ্দেশনা জাৰি কৰিছিল চৰকাৰে । যাৰফলত যোৰহাটৰ একাংশ যাত্ৰীবাহী বাহনৰ মালিক আৰু চালক-পৰিচালকে বাহন সমূহত ১০০% যাত্ৰী লগতে অত্যাধিক ভাড়া গ্ৰহণ কৰি আহিছে ।

তাৰ পৰিপ্ৰেক্ষিতত যুৱ ছাত্র পৰিষদৰ জিলা সমিতিৰ সৈতে যোৰহাটৰ পৰিৱহণ বিষয়াৰ সৈতে আলোচনাত মিলিত হৈছিল ৷ এই ক্ষেত্রত জিলা পৰিৱহণ বিষয়াগৰাকীয়ে কোনো গুৰুত্ব আৰোপ নকৰাত শনিবাৰে পৰিবহন বিষয়া কাৰ্যালয়ত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । ইয়াৰ পাছতো যদি পৰিৱহণ বিষয়াগৰাকীয়ে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰে তেনেহলে অনাগত সময়ত জংগী আন্দোলনৰ গঢ়ি তোলাৰ হুংকাৰ দিয়ে যুৱ ছাত্র পৰিষদে ৷

যোৰহাটত যাত্ৰীবাহী বাহনৰ অত্যাধিক ভাড়া বৃদ্ধি বিৰুদ্ধে AJYCP প্ৰতিবাদ

লগতে পঢ়কঃ স্বচ্ছ ভাৰত অভিযানৰ প্ৰকৃত স্বৰূপ উদঙালে নগাঁও চহৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.