ETV Bharat / state

Assam Municipal Election 2022 : মিত্ৰজোঁটৰ দখলত টীয়ক পৌৰসভা

author img

By

Published : Mar 9, 2022, 10:05 AM IST

বুধবাৰে পুৱা 8 বজাৰ পৰা আৰম্ভ হৈছে ৰাজ্যৰ 80 খন পৌৰসভাৰ পৌৰ নিৰ্বাচনৰ ভোটগণনা (Municipal Election Results) ৷ টীয়ক পৌৰসভাত মিত্ৰজোঁটে মাৰিলে শেষ হাঁহি ৷

মিত্ৰজোঁটৰ দখল টীয়ক পৌৰসভা
মিত্ৰজোঁটৰ দখল টীয়ক পৌৰসভা

টীয়ক, 9 মাৰ্চ : আজি পুৱা 8 বজাৰ পৰা আৰম্ভ হৈছে পৌৰ নিৰ্বাচনৰ ভোটগণনা (Municipal Election Results) ৷ চলিত মাহৰ 6 তাৰিখে অনুষ্ঠিত হৈছিল অসমৰ পৌৰ নিৰ্বাচন ৷ অসমৰ 80 খন পৌৰসভাৰ 977 টা ৱাৰ্ডত অনুষ্ঠিত পৌৰ নিৰ্বাচন 2022 ৰ (Assam Municipal Election 2022) টীয়কৰ ফলাফল ইতিমধ্যে প্ৰকাশ পাইছে ৷

প্ৰাপ্ত তথ্য অনুসৰি, টীয়ক পৌৰসভা নিৰ্বাচনৰ ফলাফল এনেধৰণৰ-

  • 1 নং ৱাৰ্ডত কংগ্ৰেছ প্ৰাৰ্থী চুমী বৰুৱা,
  • 2 নং ৱাৰ্ডত এজিপি প্ৰাৰ্থী ৰাজশ্ৰী দাস
  • 3 নং ৱাৰ্ডত কংগ্ৰেছ প্ৰাৰ্থী শিখাজ্যোতি দত্ত,
  • 4 নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী লাকী বৰবৰা,
  • 5 নং ৱাৰ্ডত নিৰ্দলীয় প্ৰাৰ্থী দিগন্ত বৰা,
  • 6 নং ৱাৰ্ডত নিৰ্দলীয় প্ৰাৰ্থী মৃণাল বৰদলৈ,
  • 7 নং ৱাৰ্ডত কংগ্ৰেছ প্ৰাৰ্থী তুলতুল হাজৰিকাই শেষ হাঁহি মাৰিবলৈ সক্ষম হৈছে ৷

ইফালে টীয়ক পৌৰসভাৰ 8 নং ৱাৰ্ডত ইভিএম বিকল হোৱাৰ ফলত বৰ্তমানেও জাৰি আছে ভোটগণনা ৷ তথ্য অনুসৰি,

  • 9 নং ৱাৰ্ডত এজিপি প্ৰাৰ্থী মাধৱী হাজৰিকা আৰু
  • 10 নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী ত্ৰৈলোক্য ভূঞাই টীয়কৰ পৌৰ নিৰ্বাচনত জয় লাভ কৰিছে ৷
    মিত্ৰজোঁটৰ দখল টীয়ক পৌৰসভা
    মিত্ৰজোঁটৰ দখল টীয়ক পৌৰসভা

উল্লেখ্য যে, টীয়ক পৌৰসভাৰ 10 খন আসনৰ ভিতৰত কংগ্ৰেছৰ দখলত 3 খন, বিজেপিৰ দখলত 2 খন, এজিপিৰ দখলত 2 খন আৰু নিৰ্দলীয়ৰ দখলত 2 খন আখন আছে ৷ সেই অনুসৰি বিজেপি-অগপ মিত্ৰজোঁটে গঠন কৰিব টীয়ক পৌৰসভা ৷

লগতে পঢ়ক : Assam Municipal Election 2022: কোনে মাৰিব শেষ হাঁহি?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.