ETV Bharat / state

যোৰহাটত অঙ্গনবাড়ী সহায়িকাসকলৰ উত্তাল প্ৰতিবাদ

author img

By

Published : Jan 22, 2021, 10:45 PM IST

ন্যায্য প্ৰাপ্তিৰ দাবীত যোৰহাটত অঙ্গনবাড়ী সহায়িকাসকলৰ উত্তাল প্ৰতিবাদ ।

যোৰহাটত অঙ্গনবাড়ী সহায়িকাসকলৰ উত্তাল প্ৰতিবাদ
যোৰহাটত অঙ্গনবাড়ী সহায়িকাসকলৰ উত্তাল প্ৰতিবাদ

যোৰহাট, ২২ জানুৱাৰী: ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে অঙ্গনবাড়ী সহায়িকাসকলৰ প্ৰতিবাদ । অন্য প্ৰান্তৰ সমান্তৰালকৈ বৃহস্পতিবাৰে যোৰহাটতো উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে এই প্ৰতিবাদকাৰীসকলে । অঙ্গনবাড়ী সহায়িকাসকলে তেওঁলোকৰ ন্যায্য প্ৰাপ্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে । চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে যোৰহাটৰ ৰাজপথ কঁপাই তোলে এইসকল প্ৰতিবাদকাৰীয়ে ।

নতুন ৰাষ্টীয় শিক্ষা নীতিৰ অধীনত অঙ্গনবাড়ী কেন্দ্ৰ সমূহ বন্ধ কৰাৰ ষড়যন্ত্ৰ, নিয়মীয়া চৰকাৰী কৰ্মচাৰী হিচাপে স্বীকৃতি প্ৰদান কৰা, মাননীৰ সলনি মজুৰী ব্যৱস্থা কৰা, মাহিলি নূন্যতম দৰমহা ২১ হাজাৰ টকা ধাৰ্য কৰা, এককালীন সাহাৰ্য অবিহনে অঙ্গনবাড়ী কৰ্মী সহায়িকাক অৱসৰ দিয়া বন্ধ কৰাৰ দাবীৰে এই প্ৰতিবাদ সাব্যস্ত কৰে ।

লগতে পঢ়ক: সপোন বিক্ৰী কৰিবলৈ অসমলৈ আহি আছে মোডী : এ জে পি

For All Latest Updates

TAGGED:

AS10039
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.