ETV Bharat / state

টীয়কৰ ৰাজপথটো জ্বালিল নতুন ভূমি নীতিৰ প্ৰতিলিপি - land laws 2020

ৰাজ্য চৰকাৰৰ কেবিনেটে ভূমি নীতি প্ৰৱৰ্তনৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তৰ বাবে টীয়ক আঞ্চলিক ছাত্ৰ সন্থাই এই অধ্যাদেশৰ প্ৰতিলিপি দাহেৰে সাব্যস্ত কৰে প্ৰতিবাদ ৷ চৰকাৰে নিজৰ স্থিতিত অটল থাকিলে আছুৰ তৰফৰ পৰা তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদী দলটোৱে ৷

AASU Protest against impliment of land laws 2020 teok jorhat assam etv bharat news
টীয়কত আছুৰ প্ৰতিবাদ সাব্যস্ত
author img

By

Published : Jul 2, 2020, 8:43 PM IST

টীয়ক,2 জুলাই: ৰাজ্যৰ অন্য প্ৰান্তৰ দৰে টীয়কটো আছুৱে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ ৰাজ্য চৰকাৰৰ কেবিনেটে ভূমি নীতি প্ৰৱৰ্তনৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তৰ বাবে টীয়ক আঞ্চলিক ছাত্ৰ সন্থাই অধ্যাদেশৰ প্ৰতিলিপি দাহেৰে এই প্ৰতিবাদ সাব্যস্ত কৰে ৷ টীয়কৰ মিধাখাট তিনিআলিত আছুৱে চুতীয়া জাতি ছাত্ৰ সন্থা টীয়ক আঞ্চলিকৰ সহযোগত প্ৰতিবাদ সাব্যস্তৰ লগতে মুখ্যমন্ত্ৰীক খিলঞ্জীয়া বিৰোধী সিদ্ধান্ত গ্ৰহণ নকৰিবলৈ সকীয়নি প্ৰদান কৰে ৷ পৰৱৰ্তী সময়ত চৰকাৰে নিজৰ স্থিতিত অটল থাকিলে আছুৰ তৰফৰ পৰা তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদী দলটোৱে ৷

টীয়কত আছুৰ প্ৰতিবাদ সাব্যস্ত

লগতে চাওকঃ পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.