যোৰহাট, 1 ফেব্ৰুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধীতাৰে পুনৰ ৰাজপথত সদৌ অসম ছাত্ৰ সন্থা । মানৱ শৃংখলৰ জড়িয়তে সদৌ অসম ছাত্র সন্থাই সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাট জিলাতো সাব্যস্ত কৰে প্ৰতিবাদ । জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অৰ্ধশতাধীক আছু কৰ্মীয়ে মানৱ শৃংখলৰে "CAA" বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদত অসমীয়া ভাষা, সংস্কৃতিৰ ধ্বংস কৰিব বিচৰা এই বিজেপি চৰকাৰৰ আইন কোনো কাৰণত মানি নলয় বুলি মন্তব্য কৰে সদৌ অসম ছাত্র সন্থাই।
CAA বিৰোধীতাৰে যোৰহাটত আছুৰ মানৱ শৃংখল - CAA বিৰোধীতাৰে যোৰহাটত আছুৰ মানৱ শৃংখল
জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অৰ্ধশতাধীক আছু কৰ্মীয়ে মানৱ শৃংখলৰে "CAA" বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰে
CAA বিৰোধীতাৰে যোৰহাটত আছুৰ মানৱ শৃংখল
যোৰহাট, 1 ফেব্ৰুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধীতাৰে পুনৰ ৰাজপথত সদৌ অসম ছাত্ৰ সন্থা । মানৱ শৃংখলৰ জড়িয়তে সদৌ অসম ছাত্র সন্থাই সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাট জিলাতো সাব্যস্ত কৰে প্ৰতিবাদ । জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অৰ্ধশতাধীক আছু কৰ্মীয়ে মানৱ শৃংখলৰে "CAA" বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদত অসমীয়া ভাষা, সংস্কৃতিৰ ধ্বংস কৰিব বিচৰা এই বিজেপি চৰকাৰৰ আইন কোনো কাৰণত মানি নলয় বুলি মন্তব্য কৰে সদৌ অসম ছাত্র সন্থাই।
Intro:নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি আছুৰ মানৱ শৃংখল।।ভৱিষ্যতে জনগণৰ সহযোগিতাত অধিক জংগি আন্দোলনৰ হুংকাৰ।।
Body:নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি ৰাজপথত পুনৰ সদৌ অসম ছাত্ৰ সন্হাৰ কৰ্মী।মানৱ শৃংখলৰ জড়িয়তে সমগ্ৰ ৰাজ্য লগতে যোৰহাট জিলাতো সাব্যস্ত কৰে সদৌ অসম ছাত্র সন্হাই।জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অৰ্ধশতাধীক আছু কৰ্মীয়ে মানৱ শৃংখলৰে কা"বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰে।অসমীয়া ভাষা, সংস্কৃতিৰ ধ্বংস কৰিব বিচৰা এই বিজেপি চৰকাৰৰ আইন কোনো কাৰণত মানি নলয় সদৌ অসম ছাত্র সন্হাই।
byte_অৰ্জন ভূঞা(আঞ্চলিক সভাপতি, আছু)
Conclusion:আনগত দিনত নাগৰিকৰ সহযোগত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অধিক জংগি আন্দোলন কৰি যাব ছাত্ৰ সন্থাই।