ETV Bharat / state

টীয়কত ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নিহত দুজন

টীয়কৰ মুদৈজান তিনিআলিত বিয়লি এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় ৷ দুখন বাহনৰ মুখামুখী সংঘৰ্ষৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো ৷ দুৰ্ঘটনাত থিতাতে দুজন লোক নিহত হয় ৷

author img

By

Published : Jun 2, 2021, 8:32 PM IST

a road accident in teok mudaijan
টীয়কত ভয়ংকৰ দুৰ্ঘটনা

টীয়ক, 2 জুন : টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত মুদৈজান তিনিআলিৰ সমীপৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় ৷ জানিব পৰা মতে শিৱসাগৰ অভিমুখী NL-07A-0447 নম্বৰৰ ট্ৰাক এখনে বিপৰীত দিশৰ পৰা অহা AS-25BC-1904 টাটা এচিৰ সৈতে মুখামুখী সংঘৰ্ষৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো ৷

a road accident in teok mudaijan
টীয়কত ভয়ংকৰ দুৰ্ঘটনা

দুৰ্ঘটনাত এচিখনৰ হেণ্ডিমেন সহ চালকজন থিতাতে নিহত হয় ৷ নিহত দুয়োজনৰ ঘৰ জাগীৰোডত বুলি জানিব পৰা গৈছে ৷ বৰ্তমান তেওঁলোকৰ নামটো জানিব পৰা হোৱা নাই ৷ দুৰ্ঘটনাস্থলীত টীয়ক আৰক্ষী উপস্থিত হৈ মৃতদেহ দুটা মৰণোত্তৰৰ পৰীক্ষাৰ ব্যৱস্থা কৰে।

লগতে পঢ়ক: কেতিয়া সম্পূৰ্ণ হৈ উঠিব টীয়কৰ ফ’ৰলেনযু্ক্ত পথ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.