ETV Bharat / state

যোৰহাট আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ 7 কৰ্মচাৰীক নিলম্বন - নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনা

চাকৰিৰ পৰা নিলম্বিত যোৰহাট আভ্যন্তৰীণ জল পৰিবহন বিভাগ(Department of Internal Water Transport)ৰ 7 গৰাকী কৰ্মচাৰী ৷ কৰ্মচাৰী কেইগৰাকীক নিলম্বনৰ নিৰ্দেশ দিয়ে বিভাগীয় সঞ্চালকে ৷

7 employees of jorhat internal water transport department suspended
যোৰহাট আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ 7 কৰ্মচাৰীক নিলম্বন
author img

By

Published : Oct 1, 2021, 11:44 AM IST

যোৰহাট, 1 অক্টোবৰ : যোৰহাট আভ্যন্তৰীণ জল পৰিবহন বিভাগ(Department of Internal Water Transport)ৰ 7 গৰাকী কৰ্মচাৰীক চাকৰিৰ পৰা নিলম্বন ৷ আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ সঞ্চালকৰ নিৰ্দেশমৰ্মে নিলম্বন কৰা হৈছে কৰ্মচাৰী কেইগৰাকীক ৷

বিভাগটোৰ নিলম্বিত কৰ্মচাৰী কেইগৰাকী ক্ৰমে- ধনবৰ দাস, যোগেন দত্ত, প্ৰদীপ বৰবৰা, বিনোদ বৰুৱা, বিজু দাস, জয়ন্ত দাস আৰু বাবুল নেওগ ৷ নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনা(Ferry Accident)ৰ পাচতে এই 7 গৰাকী কৰ্মচাৰীক আটক কৰা হৈছিল যদিও জামিন লাভ কৰিছিল কৰ্মচাৰী কেইগৰাকীয়ে ৷

অৱশেষত শুকুৰবাৰে চাকৰিৰ পৰা নিলম্বন কৰা হয় কৰ্মচাৰী কেইগৰাকীক ৷

লগতে পঢ়ক : ধোদৰ আলি পথ সঠিকভাৱে নিৰ্মাণৰ নিৰ্দেশ বিধায়ক প্ৰদীপ হাজৰিকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.