ETV Bharat / state

হোজাইৰ কোৱাৰান্টাইন কেন্দ্ৰৰ লোকৰ বৃক্ষৰোপন - হোজাইৰ নীলবাগানৰ মেথিগাঁও মাদ্ৰাছা কোৱেৰেন্টাইন কেন্দ্ৰ

জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে কোৱেৰান্টাইন কেন্দ্ৰটোত থকা সকলোৱে মিলি শুকুৰবাৰে কেন্দ্ৰটোৰ চৌদিশ চাফ-চিকুণ কৰাৰ লগতে বৃক্ষ ৰোপণ কৰে ৷

Unique step taken by peoples of a quarantine centre at Hojai
হোজাইৰ এটা কোৱেৰান্টাইন কেন্দ্ৰত থকা লোকসকলৰ প্ৰশংসনীয় পদক্ষেপ
author img

By

Published : Jun 19, 2020, 1:57 PM IST

হোজাই, 19 জুন: হোজাইৰ নীলবাগানৰ মেথিগাঁও মাদ্ৰাছা কোৱাৰেন্টাইন কেন্দ্ৰত থকা লোকসকলৰ প্ৰশংসনীয় পদক্ষেপ ৷ জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে কোৱাৰান্টাইন কেন্দ্ৰটোত থকা সকলোৱে মিলি শুকুৰবাৰে কেন্দ্ৰটোৰ চৌদিশ চাফ-চিকুণ কৰাৰ লগতে বৃক্ষৰোপণ কৰে ৷ লগতে অসম চৰকাৰে কোৱাৰান্টাইনত থকা লোকসকলক উন্নত মানৰ খাদ্য প্ৰদান কৰাৰ লগতে বিভিন্ন ধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱাৰ বাবে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে লোকসকলে ৷ ইয়াৰ উপৰিও বহিঃৰাজ্যৰ পৰা অহা লোকসকলকক কোৱাৰান্টাইনত থাকিবৰ বাবে ভয় নাখাবলৈ আহ্বান জনায় কেন্দ্ৰটোত থকা লোকসকলে ৷

হোজাইৰ এটা কোৱেৰান্টাইন কেন্দ্ৰত থকা লোকসকলৰ প্ৰশংসনীয় পদক্ষেপ

কোৱাৰান্টাইন কেন্দ্ৰসমূহত উন্নত খাদ্য সামগ্ৰীৰ লগতে বিভিন্ন সুবিধাসমূহৰ কথা উল্লেখ কৰি কোৱাৰান্টাইনৰ ভয়ত ৰেলৰ চেইন টানি পলায়ন নকৰিবলৈ আহ্বান জনাই বহিঃৰাজ্যৰ পৰা অহা লোকসকলে ৷ ইফালে কোৱাৰান্টাইনত থকা লোকসকলে বৃক্ষ ৰোপন তথা চাফ-চিকুণ কৰাৰ এই পদক্ষেপৰ শলাগ লয় স্থানীয় ৰাইজে ৷

লগতে পঢ়কঃ বাক্সাৰ ভূটানখুটীত বনৰীয়া হাতীৰ আক্ৰমণত নিহত বৃদ্ধা

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.