হোজাই,4জুলাইঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ THE AMERICAN UNIVERSITY FOR GLOBAL PEACE নামৰ এটা সংস্থাই বদৰুদ্দিন আজমলক প্ৰদান কৰিলে এখনি প্ৰশস্তি পত্ৰ ৷ কৰ'ণা মহামাৰীৰ সময়ত অসমৰ বিভিন্ন অঞ্চলৰ লগতে বহিঃৰাজ্যৰ অসহায় লোকসকলক সহায় কৰাৰ বাবে আজমলক কৰ'ণা যোদ্ধা হিচাপে সন্মান প্ৰদান কৰে বিশেষ সংস্থাটোৱে ৷
কৰ'ণা যোদ্ধা মৌলানা বদৰুদ্দিন আজমললৈ আমেৰিকান সংস্থাৰ প্ৰশস্তি পত্ৰ - কৰ'ণা যোদ্ধা মৌলানা বদৰুদ্দিন আজমল
আমেৰিকা যুক্তৰাষ্ট্ৰৰ THE AMERICAN UNIVERSITY FOR GLOBAL PEACE নামৰ সংস্থাটোৱে বদৰুদ্দিন আজমলক প্ৰদান কৰিলে এখনি প্ৰশস্তি পত্ৰ ৷
কৰ'ণা যোদ্ধা মৌলানা বদৰুদ্দিন আজমললৈ আমেৰিকান সংস্থাৰ প্ৰশস্তি পত্ৰ