হোজাই, 9 অক্টোবৰঃ হোজাইৰ জুঠাংবস্তি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ইউচুফ আলীক ৩ বছৰৰ কাৰাদণ্ড ৷ বুধবাৰে ৩ বছৰৰ কাৰাদণ্ড বিহে হোজাই শংকৰদেৱ নগৰ আদালতে ৷ শংকৰদেৱ নগৰৰ ১ ম ন্যায়িক দণ্ডাধীশ আদালতৰ ছৰফৰাজ নেৱাজ আদালতে প্ৰদান কৰে এই ৰায়দান ৷ উল্লেখ যে, ২০১৮ চনৰ ১৬ মাৰ্চৰ নিশা গুৱাহাটীৰ এগৰাকী যুৱতীক তন্ত্ৰ মন্ত্ৰৰে চিকিৎসাৰ নামত যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল শিক্ষক জনৰ বিৰুদ্ধে ৷ লংকা আৰক্ষী থানাৰ ১৫০/ ১৮ নং গোচৰত দোষী সাব্যস্ত কৰি আদালত এই ৰায়দান প্ৰদান কৰে ৷ নিৰ্যাতিতা যুৱতীগৰাকীৰ হৈ অধিবক্তা বিশ্বজিত ভট্টাচাৰ্যীয়ে চলাইছিল গোচৰ ৷
হোজাইৰ যুৱতী নিৰ্যাতন কৰা শিক্ষকক ৩ বছৰ কাৰাদণ্ড - জুঠাংবস্তি প্ৰাথমিক বিদ্যালয়
শংকৰদেৱ নগৰৰ ১ ম ন্যায়িক দণ্ডাধীশ আদালতৰ ছৰফৰাজ নেৱাজ আদালতে প্ৰদান কৰে ৰায়দান
হোজাই, 9 অক্টোবৰঃ হোজাইৰ জুঠাংবস্তি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ইউচুফ আলীক ৩ বছৰৰ কাৰাদণ্ড ৷ বুধবাৰে ৩ বছৰৰ কাৰাদণ্ড বিহে হোজাই শংকৰদেৱ নগৰ আদালতে ৷ শংকৰদেৱ নগৰৰ ১ ম ন্যায়িক দণ্ডাধীশ আদালতৰ ছৰফৰাজ নেৱাজ আদালতে প্ৰদান কৰে এই ৰায়দান ৷ উল্লেখ যে, ২০১৮ চনৰ ১৬ মাৰ্চৰ নিশা গুৱাহাটীৰ এগৰাকী যুৱতীক তন্ত্ৰ মন্ত্ৰৰে চিকিৎসাৰ নামত যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল শিক্ষক জনৰ বিৰুদ্ধে ৷ লংকা আৰক্ষী থানাৰ ১৫০/ ১৮ নং গোচৰত দোষী সাব্যস্ত কৰি আদালত এই ৰায়দান প্ৰদান কৰে ৷ নিৰ্যাতিতা যুৱতীগৰাকীৰ হৈ অধিবক্তা বিশ্বজিত ভট্টাচাৰ্যীয়ে চলাইছিল গোচৰ ৷
লংকা আৰক্ষী থানাৰ
১৫০/ ১৮ নং গোচৰত দোষী সাব্যস্ত কৰি আদালত এই ৰায়দান |নিৰ্যাতিতা যুৱতীগৰাকীৰ হৈ অধিবক্তা বিশ্বজিত ভট্ৰাচাৰ্যীয়ে চলাইছিল গোচৰ |
BYTE: অধিৱক্তা
Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam