হোজাই, ২১ নৱেম্বৰ : হোজাইত এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰৰ নিৰুদ্দেশ হোৱা ঘটনাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য । ছাত্ৰজনৰ সন্ধানত পৰিয়ালৰ লোকৰ লগতে জিলা প্ৰশাসনে অব্যাহত ৰাখিছে অভিযান ৷ সন্ধানহীন ছাত্ৰজনৰ নাম দ্বীপ মজুমদাৰ ওৰফে ৰাজা ।

সহপাঠীৰ পৰা আৰম্ভ কৰি পৰিয়ালৰ লোকে ছাত্ৰজনৰ কোনো সন্ধান লাভ নকৰাত মাতৃয়ে ছাত্ৰজনৰ সন্ধানত আশ্ৰয় লৈছে সংবাদ মাধ্যমৰ ৷ যদি কোনো সদাশয়ে লোকে ছাত্ৰজনৰ সন্ধান পায়, তেন্তে হোজাই জিলা প্ৰশাসন অথবা অভিভাৱকৰ লগত- 93654 96271 অথবা 91 60036 21966 নম্বৰত যোগাযোগৰ কৰিব পাৰিব ৷

লগতে পঢ়ক: ডিজিটেল প্ৰক্ৰিয়াৰে অনুষ্ঠিত হ'ব কংগ্ৰেছ অধ্যক্ষৰ নিৰ্বাচন