ETV Bharat / state

হোজাই জিলাত ধুমুহাই কৰিলে বিস্তৰ ক্ষয়-ক্ষতি

শুকুৰবাৰে, হোজাই জিলাৰ বিভিন্ন ঠাইত ধুমুহাই কৰিলে বিস্তৰ ক্ষয়-ক্ষতি ৷ ডবকা ৰাজহ চক্ৰৰ নীলবাগান, জয়ন্তীয়া বস্তি, তাৰকটা গাঁৱত ধুমুহাত বিস্তৰ ক্ষতি ৷

author img

By

Published : May 14, 2021, 10:21 PM IST

storm-in-hojai
হোজাই জিলাত ধুমুহাই কৰিলে বিস্তৰ ক্ষয়-ক্ষতি

হোজাই, 14 মে’: হঠাৎ অহা এজাক ধুমুহাই শুকুৰবাৰে হোজাই জিলাৰ বিভিন্ন ঠাইত বিস্তৰ ক্ষতি সাধন কৰিছে ৷ ঠায়ে ঠায়ে এই ধুমুহাই ঘৰ-দুৱাৰ ভাঙি পেলোৱাৰ লগতে গছ-গছনিও উভালি পেলায় ৷ বিদ্যুতৰ তাৰ ছিঙি পৰাৰ ফলত বিদ্যুৎ সেৱা ব্যাহত হৈ পৰে ৷

উল্লেখ্য যে, বহু কেইখন গাঁৱত ধুমুহা আৰু ঘূৰ্ণী বতাহৰ আক্ৰমণ আছিল অতি প্ৰৱল আছিল ৷ উক্ত ধুমুহাত বাৰুকৈয়ে ক্ষতিগ্ৰস্থ হয় জয়ন্তীয়া বস্তি-তাৰকটা গাঁৱৰ প্ৰায় অৰ্ধ শতাধিক পৰিয়াল ৷

গাঁওখনৰ বহু কেইটা পৰিয়ালৰ টিনপাত আৰু সমূদায় কাঠ উৰুৱাই নিয়াৰ লগতে ঘৰৰ ওপৰত থকা গছ বাগৰি পৰি বিস্তৰ ক্ষতি সাধন কৰে ৷

লগতে পঢ়ক : মাজুলীত মুখ্যমন্ত্ৰীক সাক্ষাৎ প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী ৰাজীৱ লোচন পেগুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.