ETV Bharat / state

আমছুৱে বাংলাদেশী মুছলমানৰ হৈ কাম কৰে: শিলাদিত্য দেৱ - Shiladitya Dev against AAMSU

মুছলমানৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিল প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱ (Shiladitya Dev alleged AAMSU) ৷ আমছুৱে বাংলাদেশী মুছলমানৰ হৈ কাম কৰে বুলি কোৱাৰ লগতে মুচলমানৰ বিৰুদ্ধে বহুকেইটা বিতৰ্কিত মন্তব্য কৰিলে শিলাদিত্য দেৱে ৷

Shiladitya Dev alleged AAMSU
আমছুৱে বাংলাদেশী মুচলমানৰ হৈ কাম কৰে
author img

By

Published : Feb 18, 2022, 9:01 PM IST

হোজাই, 18 ফেব্ৰুৱাৰী: আমছুৱে বাংলাদেশী মুছলমানৰ হৈ কাম কৰি আছে, সেয়া আমি স্পষ্টকৈ দেখা পাইছো । মুছলমানৰ চকু চকু আমাৰ মাটি আৰু নাৰীৰ ওপৰত ।’’ এই মন্তব্য শিলাদিত্য দেৱৰ (Shiladitya Dev alleged AAMSU)৷

বৃহস্পতিবাৰে হোজাইৰ সদৰ শংকৰদেৱ নগৰত আমছুৱে লামডিং বনাঞ্চলৰ উচ্ছেদিতসকলক লগত লৈ প্ৰাপ্য অধিকাৰ প্ৰাপ্তিৰ দাবীত কৰিছিল উত্তাল প্ৰতিবাদ । উক্ত ঘটনাক লৈ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱৰ বিষ্ফোকৰ মন্তব্য। হালধী খেতি প্ৰসংগত শিলাদিত্যই কয় যে, উচ্ছেদিত লোকসকলক কোনে অধিকাৰ দিছিল লামডিং বনাঞ্চল কাটি হালধী খেতি কৰিবলৈ।। বাংলাদেশী মুছলমানসকলে যে আমাৰ সম্পদ ধ্বংস কৰি আছে তাৰ বিচাৰ কেতিয়া হ’ব? উচ্চেদিতসকলক মাটি দিবলৈ আমছুৱে কিয় বিচাৰি আছে বুলিও প্ৰশ্ন কৰে প্ৰাক্তন বিধায়কগৰাকীয়ে৷ মুছলমানসকলেই বনাঞ্চল ধংস কৰি আছে বুলিও কয় শিলাদিত্য দেৱে ৷

আমছুৱে বাংলাদেশী মুচলমানৰ হৈ কাম কৰে: শিলাদিত্য দেৱ

লামডিং বনাঞ্চলৰ চৰকাৰী ভূমিৰ পৰা উচ্চেদ কৰাসকলৰ সঠিক পৰিচয় বিচাৰি শিলাদিত্য দেৱে পুনৰ উচ্চ ন্যায়লয়ত আবেদন কৰিব বুলি জানিবলৈ দিয়ে । বাংলাদেশৰ পৰা তেওলোক আহি প্ৰথমে নদীৰ পাৰত বাস কৰে আৰু পিছত গৰাখহনীয়াৰ অচিলা লৈ ভূমি বেদখল কৰে ৷ এই কৌশল মহম্মদ চাইদুল্লাই শিকাই গৈছে বুলি কয় প্ৰাক্তন বিধায়কগৰাকীয়ে৷ ইয়াৰোপৰি শিলাদিত্য দেৱে কয় যে, অসমত সমস্যা সৃষ্টি কৰা মূল হ’ল বাংলাদেশী মুছলমান । তেওলোকৰ চকু আমাৰ মাটি আৰু নাৰীৰ ওপৰত । আমছুৱে যদি পাৰে খালী কৰক বনাঞ্চলসমূহৰ অবৈধ বেদখল । আমছুৱে বাংলাদেশী মুছলমানৰ হৈ কাম কৰি আছে ।

লগতে পঢ়ক: FIR Against Political Leader: ৰাজ্যৰ ৰাজনীতিত এজাহাৰ দাখিলৰ অঘোষিত প্ৰতিযোগিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.