ETV Bharat / state

হোজাইত পথ দুৰ্ঘটনাত আহত দুই

author img

By

Published : Nov 24, 2020, 10:59 AM IST

নখুটিত সংঘটিত হৈছে এক পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোৰ ফলত আহত হৈছে দুগৰাকী ব্যক্তি ৷ ব্য়ক্তি দুগৰাকী সম্প্ৰতি চিকিৎসাধীন হৈ আছে লংকা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ৷

road accident in hojai assam etv bharat news
পথ দুৰ্ঘটনা

হোজাই,24 নৱেম্বৰ: হোজাই নখুটীত সোমবাৰে নিশা সংঘটিত হৈছে এক পথ দুৰ্ঘটনা ৷ জিলাখনৰ জুঠাংবস্তি অঞ্চলত সংঘটিত দুৰ্ঘটনাটোৰ ফলত আহত হৈছে দুগৰাকী ব্যক্তি ৷ ঘটনাৰ বিৱৰণী অনুসৰি, এখন মাৰুতি এল্ট’(এএছ 01 ডব্লিউ 9274) আৰু মালবাহী এপি (এএছ 02 এচি 8722) বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হৈ দুৰ্ঘটনাটো সংঘটিত হয় ৷ মালবাহী বাহনখনত থকা যাত্ৰী দুগৰাকী আহত হোৱাৰ বিপৰীতে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে পলায়ন কৰে এল্ট’খনত অহা আৰোহী দুগৰাকী ৷

আহত যাত্ৰী দুগৰাকীৰ পৰিচয় এতিয়াও উদ্ধাৰ কৰিব পৰা হোৱা নাই ৷ আহত ব্যক্তি দুগৰাকীক স্থানীয় লোকে উদ্ধাৰ কৰি লংকা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ প্ৰেৰণ কৰিছে ৷

লগতে চাওকঃ তৰুণ গগৈৰ মৃত্যুত ইমৰাণ শ্বাহৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.