ETV Bharat / state

পলাবলৈ চেষ্টা কৰা শ্ৰমিকৰ দলক কৰায়ত্ত ৰে’ল আৰক্ষীৰ - কোৱাৰেণ্টাইন শিবিৰ

বহিঃৰাজ্যৰ পৰা অসম অভিমুখে অহা এটা 56 জনীয়া শ্ৰমিকৰ দলে গন্তব্যস্থান পোৱাৰ পূৰ্বে পলায়ন কৰে ৰে’লৰ পৰা ৷ পৰৱৰ্তী সময়ত হোজাই ৰে’ল আৰক্ষীৰ তৎপৰতাত আটক হয় শ্ৰমিকৰ দলটো ৷

Railway Police caught a labour team including 56 member at hojai assam etv bharat news
পলায়নকাৰী শ্ৰমিকৰ দলক কৰায়ত্ত ৰে’ল আৰক্ষীৰ
author img

By

Published : Jun 3, 2020, 2:25 PM IST

Updated : Jun 3, 2020, 7:39 PM IST

হোজাই,3 জুন: মুম্বাইৰ পৰা ডিব্ৰুগড় অভিমুখে অহা এখন শ্ৰমিক ৰে’লত সংঘটিত হৈছিল এক বিশেষ ঘটনা ৷ ৰে’লখনত বহিঃৰাজ্যৰ পৰা অসম অভিমুখে অহা এটা 56 জনীয়া শ্ৰমিকৰ দলে গন্তব্যস্থান পোৱাৰ পূৰ্বে পলায়ন কৰিছিল ৰে’লৰ পৰা ৷ পৰৱৰ্তী সময়ত ৰেলৰ চেইন টানি নামি পলায়ন কৰা শ্ৰমিকৰ দলটোক আটক কৰিবলৈ সক্ষম হয় হোজাইৰ ৰে’ল আৰক্ষী ৷ সম্প্ৰতি আটকাধীন আটাইকেইজন শ্ৰমিকক ৰখা হৈছে হোজাই ষ্টেচনত ৷

পলায়নকাৰী শ্ৰমিকৰ দলক কৰায়ত্ত ৰে’ল আৰক্ষীৰ

ইতিমধ্যে হোজাই জিলা প্ৰশাসনে বাছেৰে দলটোক কোৱাৰেণ্টাইন শিবিৰলৈ নিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে । বিষয় সন্দৰ্ভত জিলা আৰক্ষী অধীক্ষক গৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ উক্ত ঘটনাক কেন্দ্ৰ কৰি হোজাইত সৃষ্টি হৈছে চাঞ্চল্যৰ ৷

আৰক্ষী অধীক্ষকৰ প্ৰতিক্ৰিয়া

লগতে চাওকঃ ভুৱা আশ্বাসত পৰিণত মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি

Last Updated : Jun 3, 2020, 7:39 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.