ETV Bharat / state

হোজাইৰ নীলবাগানত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ - protest against CAA at hojai

নীলবাগানত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ ৷ অধিবক্তা, সাংবাদিক তথা নাগৰিক সমাজৰ চাৰিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷

protest against CAA at hojai
নীলবাগানত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ
author img

By

Published : Dec 24, 2019, 6:10 PM IST

হোজাই, 24 ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে নীলবাগানত উত্তাল প্ৰতিবাদ ৷ চাৰিঘন্টীয়া অৱস্থান ধৰ্মঘট অধিবক্তা, সাংবাদিক তথা নাগৰিক সমাজৰ ৷ বৃহত্তৰ নীলবাগান নাগৰিক সমাজৰ উদ্যোগত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অৱস্থান ধৰ্মঘটেৰে প্ৰতিবাদ সাব্যস্ত কৰিলে অধিবক্তা, সাংবাদিক, বুদ্ধিজীৱিকে ধৰি মহিলা সমাজে ৷

প্ৰতিবাদীসকলে কা আমি নামানো, বিজেপি চৰকাৰ হায় হায়, অখিল গগৈক মুক্তি দিয়ক আদি দাবীৰে উত্তাল কৰি তোলে নীলবাগানৰ পৰিৱেশ ৷ জাতিধ্বংসী আইনখন প্ৰত্যাহাৰ নকৰিলে পুনৰ প্ৰতিবাদত নামিব বুলি চৰকাৰক সকীয়াই দিয়ে প্ৰতিবাদীসকলে ৷

নীলবাগানত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

আৰু পঢ়ক : ডিফুৰ বকলীয়াঘাটত বিশাল প্ৰতিবাদী সমাৱেশ

Intro:কা'ৰ বিৰুদ্ধে হোজাই জিলাৰ নীলবাগানত উত্তাল প্ৰতিবাদ৷Body:কা'ৰ বিৰুদ্ধে হোজাই জিলাৰ নীলবাগানত উত্তাল প্ৰতিবাদ৷

এইবাৰ নীলবাগানত চাৰিঘন্টীয়া অৱস্থান ধৰ্মঘট অধিবক্তা, সাংবাদিক তথা নাগৰিক সমাজৰ৷

বিজেপি মূৰ্দাবাদ, কেব আমি নামানো ধ্বনিৰে উত্তাল নীলবাগান৷

নাগৰিকত্ব সংশোধনী আইনক লৈ চৌদিশে উত্তাল পৰিৱেশে বিৰাজ কৰাৰ সময়তে এইবাৰ নীলবাগানত কাৰ বিৰুদ্ধে ৰাজপথত পুৰুষৰ সমানে ওলাই আহিল মহিলা সমাজ৷বৃহত্তৰ নীলবাগান নাগৰিক সমাজৰ উদ্যোগত কাৰ বিৰুদ্ধে অৱস্থান ধৰ্মঘটেৰে প্ৰতিবাদ সাব্যস্ত কৰিলে অধিবক্তা, সাংবাদিক, বুদ্ধিজীৱিকে ধৰি মহিলা সমাজে৷ অৱস্থান ধৰ্মঘট কাৰ্যসূচীত প্ৰতিবাদীসকলে কা আমি নামানো, বিজেপি চৰকাৰ হায় হায়, অখিল গগৈক মুক্তি দিয়ক আদি দাবীৰে উত্তাল কৰি তোলে নীলবাগানৰ পৰিৱেশ৷ জাতিধ্বংসী আইনখন প্ৰত্যাহাৰ নকৰিলে পুনৰ প্ৰতিবাদত নামিব বুলি চৰকাৰক সকীয়াই দিয়ে প্ৰতিবাদীসকলে৷

Conclusion:হোজাই পৰা মানস প্ৰতীম তামুলী ফুকন ETV Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.