হোজাই,2 এপ্ৰিল : শুকুৰবাৰে মন্ত্ৰী পীযুষ হাজৰিকাক গ্ৰেপ্তাৰৰ দাবীৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ডবকা, নীলবাগান, মাবোঝাৰ আৰু যমুনামুখৰ সাংবাদিক সন্থাই ৷ মন্ত্ৰী পীযুষে দুগৰাকী সাংবাদিকক ফোনযোগে দিয়া ধমকিৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে হোজাই জিলাৰ সাংবাদিক সকল ৷
সাংবাদিক সকলে ক’লা বেজ পৰিধান কৰি মন্ত্ৰী পীযুষক গ্ৰেপ্তাৰৰ দাবী জনাই প্ৰতিবাদ কৰাৰ লগতে এনে কাৰ্যক গৰিহণা দিয়ে ।
লগতে পঢ়ক : সৰুক্ষেত্ৰীত হিমন্ত বিশ্ব শৰ্মা আৰু অতুল বৰাৰ বিশাল নিৰ্বাচনী সভা