ETV Bharat / state

হোজাইত নিৰাপত্তা বেষ্টনীৰ মাজত স্বাধীনতা দিৱসৰ প্ৰস্তুতি তুংগত - Full swing amid security in Hojai

দেশৰ 75 সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাবে হোজাইত চলোৱা হৈছে পূৰ্ণ প্ৰস্তুতি (Preparations for Independence Day) ৷ ইতিমধ্যে জিলাখনত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে জিলা আৰক্ষীয়ে (Full swing amid security in Hojai)।

Security tightened in Hojai before Independence Day
হোজাইত নিৰাপত্তা বেষ্টনীৰ মাজত স্বাধীনতা দিৱসৰ প্ৰস্তুতি তুংগত
author img

By

Published : Aug 13, 2022, 8:07 PM IST

হোজাই, 13 আগষ্ট: আগন্তুক ১৫ আগষ্টৰ স্বাধীনতা দিৱসক লৈ হোজাই জিলাখনত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে জিলাখনৰ আৰক্ষীয়ে (Full swing amid security in Hojai) । হোজাই জিলা আৰক্ষীৰ লগতে সস্তম হৈ উঠিছে জিলা পৰিবহণ বিভাগো ৷

হোজাইৰ লংকাৰ ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ যোৱা সকলো ধৰণৰ যানবাহনৰ ওপৰত তন্ন তন্নকৈ পৰীক্ষা কৰিছে জিলা পৰিবহণ বিভাগে । লগতে ৰাষ্ট্ৰীয় ঘাইপথেৰে চলাচল কৰা সকলো দুচকীয়া বাহনৰ আৰোহীয়ে হেলমেট পৰিধান কৰিছেনে নাই আৰু নথি পত্ৰ ঠিকেই আছে নে নাই সেয়াও নিৰীক্ষণ কৰা হৈছে ৷ তাৰোপৰি চাৰি চকীয়া বাহনৰ নথি পত্ৰ, চিট বেল্ট পৰিধান আদিও নিৰীক্ষণ কৰি আহিছে জিলা পৰিবহণ বিভাগে ।

হোজাইত নিৰাপত্তা বেষ্টনীৰ মাজত স্বাধীনতা দিৱসৰ প্ৰস্তুতি তুংগত

ইফালে যিসকলে যান-বাহন আইন অমান্য কৰিছে, সেইসকল লোককো জৰিমনা বিহা হৈছে বুলিও যান বাহন নিয়ন্ত্ৰণ শাখাৰ আৰক্ষীয়ে জনায় ৷ পাছলৈও যদি কোনো লোকে যান-বাহন আইন অমান্য কৰে সেই সকলৰ বিৰুদ্ধেও জৰিমনা বিহা হ'ব বুলিও প্ৰকাশ কৰিছে যানবাহন বিষয়াগৰাকীয়ে । দৰাচলতে হোজাই জিলাত প্ৰতিটো ক্ষেত্ৰত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে আৰক্ষীj লগতে জিলা প্ৰশাসনে ।

লগতে পঢ়ক: জোনাইত আৰক্ষীৰ শেনচকুৰ মাজত স্বাধীনতা দিৱসৰ প্ৰস্তুতি তুংগত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.