ETV Bharat / state

মাদ্ৰাছা টেট উত্তীৰ্ণ সন্থাৰ হোজাই জিলা সমিতিৰ সংবাদমেল - উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তি

2015 চনত বহু প্ৰাৰ্থীক এমই স্কুলৰ আৰবী আৰু হিন্দী শিক্ষক হিচাপে নিযুক্তি দিছিল কিন্তু এতিয়াও প্ৰায় 8 হাজাৰ টেট উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰিবলৈ দাবী ৷

preess meet  madresh tet qualification union at hojai
মাদ্ৰাছা টেট উত্তীৰ্ণ সন্থা হোজাই জিলা সমিতিৰ সংবাদমেল
author img

By

Published : Sep 6, 2020, 6:34 PM IST

হোজাই, 6 ছেপ্তেম্বৰঃ দেওবাৰে 2015 চনত প্ৰি-চিনিয়ৰ সাধাৰণ শাখাৰ মাদ্ৰাছা টেট উত্তীৰ্ণ সকলো প্ৰাৰ্থীক নিযুক্তি দিয়াৰ দাবীত সংবাদমেল । হিমন্ত বিশ্ব শৰ্মাৰ মাদ্ৰাছা বন্ধ কৰাৰ ঘোষণা কৰাৰ পিছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম মাদ্ৰাছা টেট উত্তীৰ্ণ সন্থাই ।

মাদ্ৰাছা টেট উত্তীৰ্ণ সন্থা হোজাই জিলা সমিতিৰ সংবাদমেল

2015 চনত বহু প্ৰাৰ্থীক এমই স্কুলৰ আৰবী আৰু হিন্দী শিক্ষক হিচাপে নিযুক্তি দিছিল কিন্তু এতিয়াও প্ৰায় 8 হাজাৰ টেট উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তি হোৱা নাই । সংবাদ মেলৰ জৰিয়তে আক্ষেপ প্ৰকাশ কৰে হোজাইত মাদ্ৰাছা টেট উত্তীৰ্ণ সন্থাই । অতিশ্ৰীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰবলৈ চৰকাৰ তথা শিক্ষা বিভাগক সংবাদমেলৰ জৰিয়তে দাবী জনাই মাদ্ৰাছা টেট উত্তীৰ্ণ সন্থাই ৷

লগতে পঢ়কঃ অভিশপ্ত নেকি অগপ: বাৰে বাৰে কিয় বিভাজিত হয় দলটো !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.