ETV Bharat / state

Pathetic road condition: খলাবমা ৰাষ্ট্ৰীয় ঘাইপথে মাতিছে বিপদ

author img

By

Published : Jul 20, 2022, 7:14 PM IST

লংকাৰ ফৰেষ্ট গেটৰ সমীপৰ পিপলপুখুৰীৰ ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথত থকা এখন দলঙৰ সমীপৰ পথে ব্যাপক সমস্যাৰ সৃষ্টি কৰিছে (NH 54 in bad condition) ৷ উক্ত পথছোৱা নিৰ্মাণ কৰাৰ সময়ত বিসংগতি হোৱাৰ বাবে প্ৰায়ে দলংখনৰ সমীপত সংঘটিত হৈ আহিছে পথ দুৰ্ঘটনা ।

Pathetic road condition
Pathetic road condition

হোজাই, 20 জুলাই : হোজাই জিলাৰ লংকাৰ ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথত চিৰাল ফাঁট (Pathetic road condition in Hojai)। লংকাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এখন দলংৰ সমীপৰ পথ নিৰ্মাণত বিসংগতি হোৱাৰ বাবে যান-বাহন চলাচলৰ ক্ষেত্ৰত ব্যাপক অসুবিধাৰ সৃষ্টি হৈছে ৷ কিন্তু গুৰুত্ব এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে ।

খলাবমা ৰাষ্ট্ৰীয় ঘাইপথে মাতিছে বিপদ

লংকাৰ ফৰেষ্ট গেটৰ সমীপৰ পিপলপুখুৰীৰ ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথত থকা এখন দলঙৰ সমীপৰ পথে ব্যাপক সমস্যাৰ সৃষ্টি কৰিছে (NH 54 in bad condition) ৷ উক্ত পথছোৱা নিৰ্মাণ কৰাৰ সময়ত বিসংগতি হোৱাৰ বাবে প্ৰায়ে দলংখনৰ সমীপত সংঘটিত হৈ আহিছে পথ দুৰ্ঘটনা । দলংখনৰ সমীপত পথচোৱা খলাবমা হোৱাৰ বাবে উক্ত স্থানতেই বহু বাহনে নিয়ন্ত্রণ হেৰুৱাই দুৰ্ঘটনাত পতিত হৈছে (Road accident in Hojai) ৷ লগতে কেইবাজনো পথযাত্ৰীয়ে মৃত্যুক আকোঁৱালি ল’ব লগীয়া হৈছিল ।

বিভাগীয় কৰ্তৃপক্ষই মাথো তিনিটা ড্ৰাম পথৰ ওপৰত থৈ দায়িত্ব সামৰাৰ অভিযোগ উঠিছে । ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাথিকৰণ কৰ্তৃপক্ষক পথ মেৰামতি কৰাৰ লগতে উক্ত পথছোৱাৰ ক্ষেত্ৰত বিহিত ব্যবস্থা গ্ৰহণ কৰিবলৈ স্থানীয় ৰাইজে অনুৰোধ জনাইছে ।

লগতে পঢ়ক: Erosion in Jonai : খহনীয়াৰ কৱলত জোনাইৰ এটা অতি গুৰুত্বপূৰ্ণ পথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.