ETV Bharat / state

হোজাইৰ পাচত লংকাত ৰেলৰ চেইন টানি পলাল যাত্ৰী

author img

By

Published : Jun 12, 2020, 4:32 AM IST

লংকাত ৰেলৰ চেইন টানি যাত্ৰীৰ পলায়ন। উজনিমুৱা শ্ৰমিক ব্ৰহ্মপুত্ৰ মেইলৰ চেইন টানি পলায়ন যাত্ৰীৰ।

passengers run off from Brahmaputra mail by pulling chain

হোজাই, 11 জুন : হোজাই ষ্টেচনৰ পাচত লংকাত পুনৰ ৰেলৰ চেইন টানি যাত্ৰীৰ পলায়ন। উজনিমুৱা শ্ৰমিক ব্ৰহ্মপুত্ৰ মেইলৰ চেইন টানি পলায়ন যাত্ৰীৰ। ঢলপুখুৰী ষ্টেচন পাৰ হৈ লংকা 2 নং গেটৰ ওচৰত চেইন টানিলে ৰেল যাত্ৰীয়ে। বৰ্তমান লংকা ষ্টেচনত ষ্টপেজ নথকাত কোনো যাত্ৰীয়ে এনে কাৰ্য কৰাৰ আশংকা ।

হোজাইৰ পাচত লংকাত ৰেলৰ চেইন টানি পলাল যাত্ৰী
ঘটনা সংক্ৰান্তত কাকো আটক কৰিবলৈ সক্ষম হোৱা GRP তথা RPF ৰ দলে। কাণ্ডজ্ঞানহীন লোকৰ এনে কাৰ্যই আতংকিত কৰি তুলিছে লংকাবাসীক । ইতিমধ্যে হোজাইত ৰেলৰ চেইন টানি যাত্ৰী পলায়ন কৰা ঘটনাৰ ফলত জিলা খনত সৰ্বাধিক ক'ভিড-19 আক্ৰান্ত পোৱা বুলি একাংশই মত প্ৰকাশ কৰিছে ৷ এনেধৰণৰ অবিবেচকী কাণ্ডৰ বাবেই জিলাখনত অনাহূত ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনাই দেখা দিছে ৷ লগতে পঢ়ক : স্তিমিত অৱস্থাৰ পৰা কেনেকৈ মূৰ দাঙি উঠিব অসম পৰ্যটনে, কি কি পৰিকল্পনা বিভাগৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.