ETV Bharat / state

ধুমুহা আৰু শিলাবৃষ্টিৰ ফলত হোজাইত বিস্তৰ ক্ষতিসাধন

প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টিয়ে আশ্ৰয়হীন কৰিলে হোজাইৰ নখুটি অঞ্চলৰ কেইবাটাও পৰিয়ালক । মঙলবাৰে নিশা অহা প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টিয়ে জোঁকাৰি যায় অঞ্চলটো ।

massive damage by hailstorm and storm in hojai

author img

By

Published : May 13, 2020, 11:26 AM IST

হোজাই, 13 মে': মঙলবাৰে নিশা অহা প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টিয়ে জোকাৰি যায় হোজাইৰ ন-খুটি অঞ্চল । নিশা অহা প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টিৰ ফলত আশ্ৰয়হীন হয় বহুকেইটা পৰিয়াল । প্ৰৱল বতাহে বিদ্যুৎ পৰিবাহী তাঁৰ ছিঙি নিয়াৰ লগতে, লামডিং থানাৰ অন্তৰ্গত চাৰ্কেবস্তী অঞ্চলত বতাহ আৰু শিলাবৃষ্টিয়ে বহু কেইটা ঘৰৰ ওপৰিও অংগবাদী কেন্দ্ৰ, বহু মূল্যবান গছ আদিৰ ক্ষয় ক্ষতি সাধন কৰে ।

ধুমুহা আৰু শিলাবৃষ্টিৰ ফলত বিস্তৰ ক্ষতিসাধন হোজাইত

লগতে পঢ়কঃ চাকৰি হেৰুৱালে দেশৰ ২.৭ কোটি যুৱপ্ৰজন্মই !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.