ETV Bharat / state

দাৰে ঘপিয়াই পত্নীক হত্যা

author img

By

Published : Oct 21, 2020, 10:07 PM IST

দাৰে ঘপিয়াই পত্নীক হত্যা কৰিলে স্বামীয়ে ৷ হোজাইৰ পশ্চিম যমুনা গাঁৱত এই লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে ৷ হত্যাকাণ্ড সংঘটিত কৰি পলায়ন কৰিব খোজা হত্যাকাৰী স্বামীক গছত বান্ধি স্থানীয় ৰাইজে উত্তম-মধ্যম শোধাই ৷

দাৰে ঘপিয়াই পত্নীক হত্যা
দাৰে ঘপিয়াই পত্নীক হত্যা

হোজাই, 21 অক্টোবৰ: হোজাইৰ পশ্চিম যমুনা গাঁৱত স্বামীয়ে দাৰে ঘপিয়াই হত্যা কৰিলে পত্নীক ৷ নুৰ মিঞা নামৰ এগৰাকী ব্যক্তিৰ বিৰুদ্ধে পত্নী ৰেশমিনা বেগমক হত্যা কৰাৰ অভিযোগ ৷ হত্যাকাণ্ড সংগঠিত কৰি পলায়ন কৰিবলৈ চেষ্টা কৰোতেই স্থানীয় ৰাইজে অভিযুক্ত নুৰ মিঞাক গছত বান্ধি উত্তম-মধ্যম শোধাই ৷ ঘটনাস্থলীত মোৰাঝাৰ আৰক্ষী উপস্থিত হৈ নুৰ মিঞাক জিম্মালৈ নিয়াৰ লগতে ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: চামগুৰিত মূল্যবান গহনাৰ লগতে চোৰে লুটিলে প্ৰায় 20 লাখ টকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.