ETV Bharat / state

বিধায়ক শিলাদিত্যদেৱৰ কাণ্ডত ক্ষুব্ধ হোজাইবাসী - Hojai MLA Siladitya Dev

হোজাইৰ বিধায়ক শিলাদিত্যদেৱৰ কৰ্মকাণ্ডৰ বিৰুদ্ধে জাঙোৰ খাই উঠিছে লংকা জোৰাপুখুৰীৰ স্থানীয় ৰাইজ ৷ অভিযোগ অনুসৰি এটা শিৱ মন্দিৰ উচ্ছেদ কৰিবলৈ দিয়া নিৰ্দেশক লৈ দেওবাৰে উত্তেজিত হৈ পৰে স্থানীয় ৰাইজ ৷ স্থানীয় ৰাইজে মন্দিৰটো কোনো কাৰণতে উচ্ছেদ কৰিবলৈ নিদিয়ে বুলি সংবাদ মাধ্যমৰ জৰিয়তে স্পষ্ট কৰি দিয়ে ৷

বিধায়ক শিলাদিত্যদেৱৰ কৰ্মকাণ্ডৰ বিৰুদ্ধে জাঙোৰ খাই উঠিছে লংকা জোৰাপুখুৰীৰ স্থানীয় ৰাইজ
বিধায়ক শিলাদিত্যদেৱৰ কাণ্ডত ক্ষুব্ধ হোজাইবাসী
author img

By

Published : Dec 1, 2019, 8:16 PM IST

হোজাই,1 ডিচেম্বৰ: হোজাইৰ বিধায়ক শিলাদিত্যদেৱৰ কৰ্মকাণ্ডৰ বিৰুদ্ধে জাঙোৰ খাই উঠিছে লংকা জোৰাপুখুৰীৰ স্থানীয় ৰাইজ ৷ অভিযোগ অনুসৰি এটা শিৱ মন্দিৰ উচ্ছেদ কৰিবলৈ দিয়া নিৰ্দেশক লৈ দেওবাৰে উত্তেজিত হৈ পৰে স্থানীয় ৰাইজ ৷ উক্ত মন্দিৰটো বিধায়কজনৰ ঘৰৰ নিচেই কাষত অৱস্থিত ৷ বিধায়কজনে লংকা চক্ৰ বিষয়াগৰাকীক মন্দিৰটো উচ্ছেদ কৰিবলৈ নিৰ্দেশ দিছিল ৷

দেওবাৰে বিধায়ক গৰাকীৰ নিদেৰ্শমৰ্মে লংকা চক্ৰ বিষয়া গৰাকীয়ে মন্দিৰ উচ্ছেদ কৰিবলৈ যোৱাত উত্তেজিত হৈ পৰে স্থানীয় ৰাইজ। প্ৰাপ্ত তথ্য মতে, স্থানীয় ৰাইজৰ লগত কোনো আলোচনা নকৰাকৈ বিধায়ক গৰাকীয়ে মন্দিৰ উচ্ছেদ কৰিবলৈ নিৰ্দেশ দিছিল ৷ সেয়ে স্থানীয় ৰাইজে চক্ৰ বিষয়াগৰাকীক মন্দিৰ উচ্ছেদ কাৰ্যত বাধা প্ৰদান কৰে ৷ লংকা জোৰাপুখুৰীস্থিত উক্ত শিৱ মন্দিৰটো প্ৰায় ২৫ বছৰ পূৰ্বে স্থাপন কৰা হৈছিল ৷ তদুপৰি স্থানীয় ৰাইজে মন্দিৰটো কোনো কাৰণতে উচ্ছেদ কৰিবলৈ নিদিয়ে বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে ৷ বিধায়ক শিলাদিত্য দেৱৰ এই কাৰ্যত অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

বিধায়ক শিলাদিত্যদেৱৰ কাণ্ডত ক্ষুব্ধ হোজাইবাসী

লগতে চাওক:বেলেষ্টিক মিচাইল ‘অগ্নি 3’ ৰ সফল নৈশ পৰীক্ষণ সম্পন্ন

Intro:হোজাই জিলাৰ বিধায়ক শিলাদিত্য দেবৰ বিৰূদ্ধে শিব মন্দিৰ উচ্ছেদ কৰিবলৈ নিৰ্দেশ দিয়াৰ অভিযোগBody:হোজাই জিলাৰ বিধায়ক শিলাদিত্য দেবৰ বিৰূদ্ধে শিব মন্দিৰ উচ্ছেদ কৰিবলৈ নিৰ্দেশ দিয়াৰ অভিযোগ

বিধায়ক শিলাদিত্য দেবৰ ঘৰৰ লগতে লাগি থকা শিব মন্দিৰ উচ্ছেদ কৰিবলৈ নিৰ্দেশ দিয়াক লৈ উত্তেজিত হৈ পৰে লংকা জোৰাপুখুৰীৰ স্থানীয় ৰাইজ

লংকাৰ জোৰাপখুৰী শিব মন্দিৰ উচ্ছেদ কৰিবলৈ নিৰ্দেশ দিছিল লংকা চক্ৰ বিষয়াক

বিধায়কৰ নিদেৰ্শ ক্ৰমে লংকা চক্ৰ বিষয়াই আজি মন্দিৰ উচ্ছেদ কৰিবলৈ যোৱাত উত্তেজিত হৈ পৰে স্থানীয় ৰাইজ।

স্থানীয় ৰাইজৰ লগত কোনো আলোচনা নকৰাকৈ মন্দিৰ উচ্ছেদ কৰিবলৈ নিৰ্দেশ দিয়াক লৈ পৰিস্থিতি উত্তপ্ত কৰি তুলে স্থনীয় ৰাইজে।

স্থানীয় ৰাইজে মন্দিৰ উচ্ছেদ কৰিবলৈ বাধা প্ৰদান কৰে

শিব মন্দিৰ টো আজিৰ পৰা ২৫ ৰছৰত আগত স্থাপিত কৰা হৈছিল।

স্থানীয় ৰাইজে মন্দিৰ উচ্ছেদ কৰিবলৈ নিদিয়ে বুলি সংবাদিকৰ আগত মন্তব্য প্ৰকাশ কৰে।

Byte --- 1/ গৰ্গ মোহন দাস (লংকা ৰাজহ চক্ৰ বিষয়া)
২/ স্থানীয় ৰাইজ।

Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.