ETV Bharat / state

লংকাৰ কাকীত লংকা আঞ্চলিক বন বিভাগৰ অভিযান - বন বিভাগৰ অভিযান

হোজাই জিলাৰ লংকাৰ কাকীত লংকা আঞ্চলিক বন বিভাগৰ অভিযান । অভিযানত উদ্ধাৰ কেইবা লাখ টকাৰ ফান্টা কাঠ ৷

লংকাৰ কাকীত লংকা আঞ্চলিক বন বিভাগৰ অভিযান

author img

By

Published : Mar 22, 2021, 1:53 PM IST

হোজাই,22 মাৰ্চ : হোজাই জিলাৰ লংকাৰ কাকীত লংকা আঞ্চলিক বন বিভাগৰ অভিযান আব্যাহত আছে । এক গোপন সূএৰ ভিত্তিত লংকা বন বিভাগে কাকীৰ আমতলাত চলাইছিল এই অভিযান । এই অভিযানত লংকা বন বিভাগে জব্দ কৰে কেইবালাখ টকাৰ মূল্যৰ চোৰাং ফান্টা কাঠ ।

চোৰাং কাঠ খিনি কাকী আমতলাত কুঁহিয়াৰ বাগানত লুকুৱাই ৰাখিছিল চোৰাং কাঠ ব্যৱসায়ীয়ে ৷ চোৰাং কাঠ খিনি কাৰ্বি-আংলঙৰ বনাঞ্চল পৰা আনি আমতলাত কুঁহিয়াৰ বাগানত লুকাই থোৱাৰ সন্দেহ কৰিছে লংকা বন বিভাগে ।

লগতে পঢ়কঃ ৰঙাপৰাত আদিবাসী বিশাল গণ সমাৱেশ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.