ETV Bharat / state

ৰাষ্ট্রীয় খাদ্য সুৰক্ষা আঁচনিৰ চাউল বিতৰণত অনিয়মৰ অভিযোগ - ৰাষ্ট্রীয় খাদ্য সুৰক্ষা আঁচনিৰ চাউল বিতৰণত অনিয়ম আৰু দুৰ্নীতিৰ অভিযোগ

পঞ্চায়তৰ সভাপতি ঝোমা বিশ্বাস, সদস্য উষ্মান আলি আৰু সম্পাদক গুলজাৰ হুছেইনে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰাৰ বিনিময়ত হিতাধিকাৰীৰ পৰা 5 টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন কৰিছে একাংশ লোকে ৷

ৰাষ্ট্রীয় খাদ্য সুৰক্ষা আঁচনিৰ চাউল বিতৰণত অনিয়ম আৰু দুৰ্নীতিৰ অভিযোগ

author img

By

Published : May 4, 2020, 4:54 PM IST

হোজাই , 4 মে: হেজাই জিলাৰ অন্তৰ্গত গোপাল নগৰ গাঁও পঞ্চায়তৰ আব্দুল খালেক হাইস্কুলত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ চাউল বিতৰণক কেন্দ্ৰ কৰি সোমবাৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।

ৰাষ্ট্রীয় খাদ্য সুৰক্ষা আঁচনিৰ চাউল বিতৰণত অনিয়ম আৰু দুৰ্নীতিৰ অভিযোগ

পঞ্চায়তৰ সভাপতি ঝোমা বিশ্বাস, সদস্য উষ্মান আলি আৰু সম্পাদক গুলজাৰ হুছেইনে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰাৰ বিনিময়ত হিতাধিকাৰীৰ পৰা 5 টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন কৰিছে একাংশ লোকে ৷ লগতে ৰেচন কাৰ্ড নথকা লোকৰ পৰিৱৰ্তে অধিকাংশ ৰেচন কাৰ্ড থকা লোকে আঁচনিৰ চাউল লাভ কৰা বুলিও অভিযোগ কৰে ৰাইজে ৷

ইমানেই নহয় 5 কিল'গ্ৰাম চাউলৰ বিপৰীতে হিতাধিকাৰীক 4 কিল'গ্ৰাম চাউল বিতৰণ কৰি এক কিল'গ্ৰাম চাউল আত্মসাৎ কৰা বুলি অভিযোগ কৰে একাংশ হিতাধিকাৰীয়ে ৷ সেয়ে ঘটনাক কেন্দ্ৰ কৰি ৰাইজে পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে হোজাই থানাত এজেহাৰ দাখিল কৰা বুলি জানিবলৈ দিয়ে ।

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.