ETV Bharat / state

হোজাইত পতি-পত্নীৰ অভিযোগ-প্ৰতি অভিযোগ পালেগৈ থানাৰ মজিয়া - শাৰীৰিক নিৰ্যাতন

এফালে স্বামীৰ বিৰুদ্ধে যৌতুক বিচাৰি অত্যাচাৰ কৰাৰ অভিযোগ পত্নীৰ, আনফালে পত্নীৰ পৰিয়ালৰ মানুহে স্বামীক প্ৰহাৰ কৰাৰ প্ৰতি অভিযোগ স্বামীৰ

হোজাই জিলাত পতি-পত্নীৰ অভিযোগ-প্ৰতি অভিযোগ পালেগৈ থানাৰ মজিয়া
author img

By

Published : May 9, 2019, 6:14 PM IST

হোজাই,৯ মে': হোজাই জিলাৰ লংকাৰ কাকীত অভিযোগ প্ৰতি অভিযোগ পতি-পত্নীৰ। এই অভিযোগ প্ৰতি অভিযোগ পালেগৈ থানাৰ মজিয়া । এফালে যৌতুকৰ বাবে পত্নীক মাৰধৰ কৰাৰ অভিযোগ স্বামীৰ বিৰুদ্ধে ৷ ইফালে,পত্নীগৃহৰ পৰিয়ালে স্বামীক প্ৰহাৰ কৰাৰো প্ৰতি অভিযোগ ৷

হোজাই জিলাত পতি-পত্নীৰ অভিযোগ-প্ৰতি অভিযোগ পালেগৈ থানাৰ মজিয়া

পত্নীৰ অভিযোগ অনুসৰি,কাকী আৰক্ষী থানাৰ অন্তৰ্গত ২নং কাকীৰ সঞ্জীৱ বাছাৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল পত্নী দীপমণি হাজৰিকা ৷ বিবাহৰ পিছৰ পৰা নানা কাৰণত পত্নীৰ ওপৰত শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ স্বামী সঞ্জীৱ বাছাৰ বিৰুদ্ধে ৷ আনকি,যৌতুকৰ বাবে মাৰপিট কৰাৰো গুৰুতৰ অভিযোগ তুলি ইতিমধ্যে কাকী থানাত ভুক্তভোগী মহিলা গৰাকীয়ে স্বামী পৰিয়ালৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে ৷ আনহাতে, সঞ্জীৱ বাছাৰ বিৰুদ্ধে উঠা এই অভিযোগ খণ্ডন কৰি সঞ্জীৱ বাছাই এয়া এক মিছা অপবাদ বুলি ব্যক্ত কৰে ৷ লগতে,পত্নীৰ পৰিয়ালৰ লোকে বেয়াকৈ প্ৰহাৰ কৰাৰ সন্দৰ্ভত কাকী আৰক্ষী থানাত পত্নীৰ পৰিয়ালৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে। অৱশ্যে আৰক্ষীৰ তদন্তৰ পাছতহে স্পষ্ট হ'ব প্ৰকৃত ঘটনা ৷

Intro:হোজাই জিলা লংকাৰ কাকীত বোৱাৰী নিৰ্যাতনৰ ঘটনা |Body:হোজাই জিলা লংকাৰ কাকীত বোৱাৰী নিৰ্যাতনৰ ঘটনা |

যৌতুকৰ বাবে পত্নীক মাৰধৰ কৰাৰ অভিযোগ স্বামীৰ বিৰুদ্ধে |

ইফালে,পত্নীগৃহৰ পৰিয়ালে স্বামীক প্ৰহাৰ কৰাৰো প্ৰতিঅভিযোগ |

ৰাজ্যত উদ্বেগ জনক ভাৱে বৃদ্ধি পাব ধৰিছে নাৰী নিৰ্যাতনৰ ঘটনা |পুৰুষ তান্ত্ৰিক সমাজ ব্যৱস্থাত পদে পদে লাঞ্চিত হৈছে নাৰী |পুনৰ তেনে এক ঘটনা সংঘটিত হোৱাৰ অভিযোগ উঠিছে লংকাৰ ২ নং কাকীত |অভিযোগ অনুসৰি,কাকী আৰক্ষী থানাৰ অন্তৰ্গত ২ নং কাকীৰ সঞ্জীৱ বাছাৰ দীপমণি হাজৰিকাৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল | বিবাহৰ পিছৰ পৰা নানা কাৰণত পত্নীৰ ওপৰত শাৰিৰীক নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিছে স্বামী সঞ্জীৱ বাছাৰ বিৰুদ্ধে |আনকি,যৌতুকৰ বাবে মাৰপিট কৰাৰো গুৰুত্বৰ অভিযোগ তুলি ইতিমধ্যে কাকী থানাত ভুক্তভোগী মহিলা গৰাকীয়ে স্বামী পৰিয়ালৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে |অন্যহাতে,স্বামীৰ সঞ্জীৱ বাছাৰ বিৰুদ্ধে উঠা এই অভিযোগ খণ্ডন কৰি সঞ্জীৱ বাছাই এইয়া এক মিছা অপবাদ বুলিহে কয় |লগতে,পত্নীৰ পৰিয়ালৰ লোকে বেয়াকৈ প্ৰহাৰ কৰাৰ সন্দৰ্ভত কাকী আৰক্ষী থানাত পত্নীৰ পৰিয়ালৰ বিৰুদ্ধে এক এজাহাৰ দাখিল কৰে |

Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.