হোজাইত সংঘটিত কোনো কালে নুশুনা নেমেলা এক অস্বাভাৱিক চুৰিকাণ্ড ৷ চোৰে চুৰ কৰিয়ো বাহাল ৰাখিলে সামান্য সৌজ্যনতা ৷ চোৰৰ মহানুভবতাৰ বাবে সুখী ভুক্তভোগী ৷ কাৰণ হোজাইৰ এই মোবাইল চোৰে মোবাইলৰ স্বত্বাধিকাৰলৈ দেখুৱালে দ্বেষহীন সহানুভুতি.. সবিশেষ এই প্ৰতিবেদনত....
ফ'টো লাগে যদি মেমৰি কাৰ্ড দিব: ইতি ম'বাইল চোৰ
স্কুটাৰৰ দিকিত ফোন নম্বৰৰ এখন দীঘলীয়া তালিকা.. ফোন নম্বৰৰ এখন দীঘলীয়া তালিকা
ফোন নম্বৰৰ এখন দীঘলীয়া তালিকা
হোজাইত সংঘটিত কোনো কালে নুশুনা নেমেলা এক অস্বাভাৱিক চুৰিকাণ্ড ৷ চোৰে চুৰ কৰিয়ো বাহাল ৰাখিলে সামান্য সৌজ্যনতা ৷ চোৰৰ মহানুভবতাৰ বাবে সুখী ভুক্তভোগী ৷ কাৰণ হোজাইৰ এই মোবাইল চোৰে মোবাইলৰ স্বত্বাধিকাৰলৈ দেখুৱালে দ্বেষহীন সহানুভুতি.. সবিশেষ এই প্ৰতিবেদনত....
Intro:হোজাই জিলা লংকাত মৱাইল চুৰৰ কৰ্ম কাণ্ডই হাহিৰ খোৰাক জোগাইছে ৰাইজক | Body:হোজাই জিলা লংকাত মৱাইল চুৰৰ কৰ্ম কাণ্ডই হাহিৰ খোৰাক জোগাইছে ৰাইজক | চুৰে চছিয়েল মেডিয়া ফেচবুকত দেখি স্বতাধীকাৰীৰ কথা মতে উভটাই দিলে মৱাইলত সন্নিবিষ্ট থকা সংযোগ তালিকাৰ নাম সহ নম্বৰ আৰু চিম কাৰ্ড |
এটা মৱাইল চুৰৰ কৰ্ম কাণ্ডই হাহিৰ খোৰাক জগাইছে হোজাই জিলা লংকাত | মৱাইলৰ মূল স্বতাধীকাৰে আহ্বান জনোৱা প্ৰতিটো কথা নিয়াৰিকৈ পালন কৰি আছে এটা চুৰে | ঘটনা সন্দৰ্ভত জানিব পৰা মতে,যোৱা দেওৱাৰে লংকাৰ বাপ্পন দাস আৰু ৰঞ্জিত দাস নামৰ দুই যুৱকে নিজৰ চাৰিচঙীয়া বাহন খন লংকাৰ পাব্লিক স্কুলৰ সম্মূখত ৰখাই থোৱা অৱস্হাত গাডীৰ পৰা অন্তধ্যান হয় ৰঞ্জিত দাস নামৰ যুৱক জনক এটি মৱাইল | পিছত দুই বন্ধুৱে মৱাইলটো গাডীত বিচাৰ-খোচাৰ কৰাৰ পিছত হেৰুৱা মৱাইলটো নোপোৱাত লংকা থানাত যোৱা সোমৱাৰে ৰঞ্জিত দাসে এক এজাহাৰ দাখিল কৰাৰ লগতে বাপ্পন দাসে নিজ চছিয়েল মেডিয়া ফেচবুকতো মৱাইলটো হেৰুৱা সন্দৰ্ভত দিয়ে এটা পোষ্ট | পোষ্টটোৰ অনুসৰি কোনো সদাসয় লোকে মৱাইলটো পালে মৱাইলটো নিদিলেও, বাপ্পন দাসৰ গ্ৰেৰেজৰ সম্মূখত থকা ভঙা স্কুৰ্টাৰৰ ডিকিত কন্টেক নম্বৰ সম্মূহ দি যাৱলৈ কোৱাৰ লগতে দি যাৱলৈ কয় মৱাইলত জুগুট হৈ থকা ফটো সমূহ | আৰু সেই মৰ্মেই অজ্ঞাত চুৰ জনে বাপ্পন দাসৰ গ্ৰেৰেজৰ সম্মূখত থকা ভঙা স্কুটাৰ খনৰ ডিকিত কাগজত লিখি দি থৈ যায় ৰঞ্জিতৰ হেৰুৱা মৱাইলত থকা কন্টেক লিষ্টৰ নাম সহ নম্বৰ সমূহ | তাৰোপৰি অজ্ঞাত চুৰ জনে কাগজত লিখি থৈ যায় যে,যদি ৰঞ্জিতক ফটোখিনিৰ প্ৰযোজন তেন্তে চুৰজনক দিয়ক এটা মেমৰি আৰু চুৰজনে মেমৰিটোত দিব হেৰুৱা মৱাইলট জুগুট হৈ থকা ফটোখিনিও | উক্ত ঘটনা আৰু অজ্ঞাত চুৰৰ কৰ্মকাণ্ডই বৰ্তমান লংকাত সৃষ্টি কৰিছে এক হাস্য | একবিংশ শতিকাত চুৰেও যে ,ফেচবুকত জৰিয়তে চুৰ কৰাৰ পিছত স্বতাধীকাৰিৰ কথা শুনি কৌশলগত ভাৱে নিজৰ কৰ্ম কৰি গৈছে তাক লৈ সৃষ্টি কৌতুকৰ | আনহাতে আকৌ উক্ত ঘটনা সন্দৰ্ভটো লংকা আৰক্ষীয়ে চলাই আছে তদন্ত |
BYTE: ৰঞ্জিত /বাপ্পনConclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam