ETV Bharat / state

Hojai SI suspendedসাংবাদিকক দুৰ্ব্যৱহাৰ কৰি নিলম্বিত আৰক্ষী বিষয়া

author img

By

Published : Nov 20, 2022, 11:20 AM IST

আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ নিৰ্দেশত তাৎক্ষণিকভাৱে নিলম্বন কৰা হয় বিষয়াগৰাকীক(Hojai SI Suspended for Abusing Journo) ৷ নিলম্বিত আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে সাংবাদিকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগত ৷

Hojai SI Suspended for Abusing Journo
সাংবাদিকক দুৰ্ব্যৱহাৰ কৰি নিলম্বন আৰক্ষী বিষয়া
  • হোজাই আৰক্ষীৰ উপ পৰিদৰ্শকক নিলম্বন(Hojai SI Suspended for Abusing Journo)
  • হোজাই আৰক্ষী থানাৰ উপ পৰিদৰ্শক ভাস্কৰ বৰাক নিলম্বন(Hojai SI suspended)
  • সাংবাদিকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগত নিলম্বিত আৰক্ষী বিষয়াগৰাকী(Police Officer misbehaving with journalist)
  • নিলম্বিত বিষয়াগৰাকী হোজাই থানাৰ উপ পৰিদৰ্শক(P) ভাস্কৰ বৰা(Hojai police station SI Bhaskar Bora)
  • আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ নিৰ্দেশত তাৎক্ষণিকভাৱে নিলম্বন কৰা হয় বিষয়াগৰাকীক
  • শুকুৰবাৰে নিশা শিৱদয়াল সিং নামৰ এজন সাংবাদিকক বেআইনীভাৱে থানালৈ আনি আতিশয্য চলোৱাৰ অভিযোগ বিষয়াজনৰ বিৰুদ্ধে
  • জিলা সাংবাদিকৰ তৰফৰ পৰা লিখিত অভিযোগ জনোৱাৰ পিছত তাৎক্ষণিকভাৱে নিলম্বন কৰা হয় বিষয়াগৰাকীক

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.