হোজাই, 05 চেপ্তেম্বৰঃ মাজুলীৰ পাছত হোজাইত পুনৰ আক্ৰমণ সাংবাদিকক ৷ টেলিভিছন চেনেলৰ সাংবাদিকক আক্ৰমণ কৰিলে সুৰাসক্ত যুৱকে ৷ বুধবাৰে নিশা হোজাইৰ স্থানীয় সাংবাদিক বিজু গাঁওখোৱাই এখন হোটেলত খাদ্য গ্ৰহণ কৰি থকাৰ অৱস্থাতে পূৰ্বৰ পৰা হোটেল খনত সুৰাপান কৰি থকা ৰাজু ৰজক আৰু অমৰজিৎ সিং নামৰ দুজন যুৱকে সাংবাদিক জনক আক্ৰমণৰ চেষ্টা কৰে ৷ পাছত সাংবাদিক গাঁওখোৱাই হোজাই আৰক্ষীক ফোন যোগে খবৰ দিয়ে যদিও আৰক্ষী হোটেলখনত আহি পোৱাৰ পূৰ্বেই সুৰাসক্ত যুৱকদ্বয়ে পলায়ন কৰে ৷ ঘটনা সন্দৰ্ভত সাংবাদিক জনে হোজাই আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ৷
মাজুলীৰ পাছত এইবাৰ হোজাইত আক্ৰমণ সাংবাদিকক - হোজাই
মাজুলীৰ পাছত হোজাইত পুনৰ আক্ৰমণ সাংবাদিকক ৷ টেলিভিছন চেনেলৰ সাংবাদিকক আক্ৰমণ কৰিলে সুৰাসক্ত যুৱকে ৷
হোজাই, 05 চেপ্তেম্বৰঃ মাজুলীৰ পাছত হোজাইত পুনৰ আক্ৰমণ সাংবাদিকক ৷ টেলিভিছন চেনেলৰ সাংবাদিকক আক্ৰমণ কৰিলে সুৰাসক্ত যুৱকে ৷ বুধবাৰে নিশা হোজাইৰ স্থানীয় সাংবাদিক বিজু গাঁওখোৱাই এখন হোটেলত খাদ্য গ্ৰহণ কৰি থকাৰ অৱস্থাতে পূৰ্বৰ পৰা হোটেল খনত সুৰাপান কৰি থকা ৰাজু ৰজক আৰু অমৰজিৎ সিং নামৰ দুজন যুৱকে সাংবাদিক জনক আক্ৰমণৰ চেষ্টা কৰে ৷ পাছত সাংবাদিক গাঁওখোৱাই হোজাই আৰক্ষীক ফোন যোগে খবৰ দিয়ে যদিও আৰক্ষী হোটেলখনত আহি পোৱাৰ পূৰ্বেই সুৰাসক্ত যুৱকদ্বয়ে পলায়ন কৰে ৷ ঘটনা সন্দৰ্ভত সাংবাদিক জনে হোজাই আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ৷
অসমত পুনৰ আক্ৰমণ সাংৱাদিকক | অসমৰ টেলিভিছন চেনেল ASSAM TALKS ৰ হোজাইৰ স্হানীয় সাংৱাদিক বিজু গাওখোৱাক যোৱা নিশা আক্ৰমণ দুই সুৰামক্ত যুৱকৰ | ঘটনা সন্দৰ্ভত জানিব পৰা মতে, হোজাইৰ সাংৱাদিক বিজু গাওখোৱাৱেই নিজৰ কৰ্তব্য পালন কৰি নিশা ঘৰমূৱা হোৱা সময়ত এখন হোটেলত সোমাই কিৱা খাই থকা অৱস্হাত দুজন যুৱকে তেওক আক্ৰমণৰ চেষ্টা কৰে | জানিব পৰা মতে যুৱক দুজনৰ নাম ক্ৰমে, ৰাজু ৰজক আৰু অমৰজিত্ সিং | উল্লেখ যে, দুই যুৱকে পূৰ্বৰ পৰাই সুৰাপ্ৰাণ কৰি সেই হোটেলখনত মাতাল হৈ আছিল | পিছত সাংৱাদিক জনে হোজাই আৰক্ষীক ফোন যোগে খৱৰ দিয়ে যদিও আৰক্ষী হোটেলখন আহি পোৱাৰ পূৰ্বেই হোটেল এৰি দুই সুৰাসক্ত যুৱকে পলায়ন কৰে | ঘটনাসন্দৰ্ভত পিছত সাংৱাদিক জনে হোজাই থানাত এক এজাহাৰো দাখিল কৰে |
BYTE: সাংৱাদিক বিজু গাওখোৱা ।
Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam