হোজাই, 27 অক্টোবৰ : ব্যক্তিগত চিকিৎসালয়ৰ বিল পৰিশোধ কৰিব নোৱাৰাৰ বাবে তিনিদিনতে মাতৃক ৰিলিজ দি পুত্ৰক ৰাখি থলে চিকিৎসালয় কৰ্তৃপক্ষই।
বিগত তিনিদন ধৰি নিজ পুত্ৰক বিচাৰি ব্যক্তিগত চিকিৎসালত উপস্থিত হল প্ৰসুতি মহিলা। এই ঘটনা সংঘটিত হৈছে হোজাইৰ চহৰৰ মাজ মজিয়াত থকা ষ্টাৰ হেল্থ কেয়াৰ হাস্পতালত । হোজাই ঠাকুৰবাড়ীস্থিত ষ্টাৰ হেলথ কেয়াৰ নামৰ চিকিৎসালয়খনৰ বিৰূদ্ধে অভিযোগ উত্থাপন কৰিছে কপাহবাৰী ডিমৰুপাৰ গাওঁৰ একাংশ ৰাইজে। অতি দৰিদ্ৰ পৰিয়ালৰ বাবে বিল পৰিশোধ কৰিব নোৱাৰা প্ৰসূতি মাতৃৰ পৰা চিকিৎসালয় কৰ্তৃপক্ষই কেঁচুৱা ৰাখি থোৱাৰ দৰে ঘটনা পোহৰলৈ অহাত চাঞ্চল্যৰ সৃষ্টি কৰিছে । বিলৰ পৰিমাণ অত্যাধিক হোৱাত গাঁওখনৰ একাংশ সচেতন লোকে দান বৰঙণিৰ যোগেদি কিছু ধন পৰিশোধ কৰিছে যদিও সম্পুৰ্ণ বিল নিদিয়াৰ বাবে প্ৰসুতি মহিলা গৰাকী হাবাথুৰি খাইছে ব্যক্তিগত চিকিৎসালয়ত।
লগতে পঢ়ক: নাওবৈচাৰ জনাঞ্চলত থকা বাৰ বন্ধৰ দাবীৰে ৰাজহুৱা সভা অনুষ্ঠিত
প্ৰসৱ হোৱাৰ ৬ দিনলৈ পুত্ৰৰ মুখ নেদেখিলে মাতৃয়ে - Hojai private hospital
ব্যক্তিগত চিকিৎসালয়ৰ বিল পৰিশোধ কৰিব নোৱাৰাৰ বাবে তিনিদিনতে মাতৃক ৰিলিজ দি পুত্ৰক ৰাখি থলে চিকিৎসালয় কৰ্তৃপক্ষই। বিগত তিনিদন ধৰি নিজ পুত্ৰক বিচাৰি ব্যক্তিগত চিকিৎসালত উপস্থিত হল প্ৰসুতি মহিলা। এই ঘটনা সংঘটিত হৈছে হোজাইৰ চহৰৰ মাজ মজিয়াত থকা ষ্টাৰ হেল্থ কেয়াৰ হস্পিতালত ।
![প্ৰসৱ হোৱাৰ ৬ দিনলৈ পুত্ৰৰ মুখ নেদেখিলে মাতৃয়ে Hojai private hospital case](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9331237-thumbnail-3x2-hojai.jpg?imwidth=3840)